• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজি ৪ ঘণ্টা ৩ মিনিট ধৰি হ’ব সূৰ্যগ্ৰহণ!

নিউজ ডেস্ক by নিউজ ডেস্ক
October 25, 2022
in সংবাদ, অসম, আন্তৰ্জাতিক
1 min read
0
আজি ৪ ঘণ্টা ৩ মিনিট ধৰি হ’ব সূৰ্যগ্ৰহণ!
Share on FacebookShare on Twitter

আজি সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব বিশ্ববাসী। ৪ ঘণ্টা ৩ মিনিটজোৰা মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব জনসাধাৰণ। এই সমগ্ৰ পৰিঘটনাৰ সময় দুপৰীয়া ২.২৯ মিনিটৰ পৰা সন্ধিয়া ৬.৩২ মিনিটলৈ।

সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ উত্তৰ–পূবৰ কিছু অঞ্চল বাদ দি সকলো ৰাজ্যতে দৃশ্যমান হ’ব আংশিক সূৰ্যগ্ৰহণ। বিশেষকৈ উজনি অসমত দৃশ্যমান নহ’ব এই আংশিক সূৰ্যগ্ৰহণ। পৰিৱৰ্তে নামনি অসমৰ বিভিন্ন জিলাত কিছু সময়ৰ বাবে দৃশ্যমান হ’ব আংশিক সূৰ্যগ্ৰহণ। এই কথা জনাইছে গুৱাহাটী তাৰকা গৃহৰ কিউৰেটৰ বাবুল বৰাই।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

তীব্ৰতৰ হৈছে ছিট্ৰাং; উত্তৰ পূৰ্বাঞ্চলত হ’ব প্ৰচণ্ড বৃষ্টিপাত!

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
তীব্ৰতৰ হৈছে ছিট্ৰাং; উত্তৰ পূৰ্বাঞ্চলত হ’ব প্ৰচণ্ড বৃষ্টিপাত!

তীব্ৰতৰ হৈছে ছিট্ৰাং; উত্তৰ পূৰ্বাঞ্চলত হ'ব প্ৰচণ্ড বৃষ্টিপাত!

ICU ত চিকিৎসাধানী অভিনেতা নিপন গোস্বামী

ICU ত চিকিৎসাধানী অভিনেতা নিপন গোস্বামী

বিশ্বনাথ চাৰিআলিত বৃহৎ গাড়ী চোৰ চক্ৰক গ্ৰেপ্তাৰ

বিশ্বনাথ চাৰিআলিত বৃহৎ গাড়ী চোৰ চক্ৰক গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8