• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজি পৱিত্ৰ বৰদিন

নিউজ ডেস্ক by নিউজ ডেস্ক
December 25, 2022
in সংবাদ, অসম, আন্তৰ্জাতিক
1 min read
0
আজি পৱিত্ৰ বৰদিন
Share on FacebookShare on Twitter

আজি পৱিত্ৰ বৰদিন। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ বাবে ইশ্বৰৰ এটি অৱতাৰস্বৰূপ যীশুখ্ৰীষ্টৰ আৱিৰ্ভাৱ আজিৰ দিনটোতেই হোৱা বুলি বিশ্বাস কৰা হয়। জেৰুজালেমৰ বেথেলহেমত মাতৃ মেৰীৰ ঔৰসত জন্ম গ্ৰহণ কৰিছিল যীশুৱে। সমাজত প্ৰচলিত অসূয়া-অপ্ৰীতি দূৰ কৰি সম্প্ৰীতিৰ বাৰ্তা বিলাবলৈ যীশুক পৃথিৱীলৈ ইশ্বৰে প্ৰেৰণ কৰিছিল বুলি সকলোৰে বিশ্বাস।

এই পৱিত্ৰ বৰদিনটি কেৱল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলেই নহয় বৰং পৃথিৱীৰ সকলো লোকৰ বাবেও এক সম্প্ৰীতিৰ উৎসৱ। চৌদিশে ৰং-বিৰঙী আলোকসজ্জ্বাৰে সজাই পৰাই তোলা গীৰ্জাঘৰ, ৰাজহুৱা স্থানসমূহে লৈ ফুৰে এক আনন্দময় পৰিৱেশ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীও সজাই পৰাই তোলা হ’ল এই পৱিত্ৰ বৰদিনৰ বাবে। কেৱল অসমৰেই নহয় বৰং চুবুৰীয়া ৰাজ্যসমূহৰ পৰা অসমলৈ অহা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ বাবেও আজিৰ দিনটোত গুৱাহাটী মহানগৰী হৈ পৰিল অতিকৈ আপোন। মহানগৰীৰ পানবজাৰ, খ্ৰীষ্টানবস্তি আৰু বেলতলাৰ গীৰ্জাঘৰ কেইটাও সজাই পৰাই তোলা হৈছে আজিৰ এই বিশেষ দিনটোৰ বাবে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

অসম সাহিত্য সভাৰ নতুন সভাপতি সূৰ্যকান্ত হাজৰিকা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অসম সাহিত্য সভাৰ নতুন সভাপতি সূৰ্যকান্ত হাজৰিকা

অসম সাহিত্য সভাৰ নতুন সভাপতি সূৰ্যকান্ত হাজৰিকা

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

মহানগৰীৰ হোটেলত CIDৰ ASIৰ মৃতদেহ উদ্ধাৰ

মহানগৰীৰ বিভিন্ন স্থানত চলিল আৰক্ষীৰ অভিযান!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8