• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজি শ্বহীদ দিৱস

নিউজ ডেস্ক by নিউজ ডেস্ক
December 10, 2022
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
আজি শ্বহীদ দিৱস
Share on FacebookShare on Twitter

আজি শ্বহীদ দিৱস, অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তৰ্পন কৰিবলৈ এই বিশেষ দিনটি ৰাজ্যবাসীয়ে পালন কৰি আহিছে শ্বহীদ দিৱস ৰূপে। ১৯৭৯ চনৰ আজিৰ দিনটোতেই বৰপেটাৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰে আত্ম বলিদান দি ছবছৰীয়া আন্দোলন কালৰ প্ৰথমগৰাকী শ্বহীদ হয়। সেই বাবেই শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত ডিচেম্বৰৰ ১০ তাৰিখে ৰাজ্যজুৰি পালন কৰি অহা হৈছে শ্বহীদ দিৱস।

এই শ্বহীদ দিৱসৰ সৈতে জড়িত হৈ আছে সহস্ৰাধিক লোকৰ ত্যাগ, আহুতি তথা জাতীয় প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন। ১৯৭৮ চনত মঙলদৈ উপ-নিৰ্বাচনৰ সময়ছোৱাত প্ৰকাশ হোৱা সংশোধিত ভোটাৰ তালিকাত প্ৰকাশ পাইছিল প্ৰায় ৪৫ হাজাৰ গৰাকী সন্দেহযুক্ত অবৈধ বিদেশী ভোটাৰৰ নাম।

তাৰ পাছতেই ৰাজ্যত বিয়পি পৰে অবৈধ বিদেশী বহিষ্কাৰৰ দাবীৰ জুই। সদৌ অসম ছাত্ৰসন্থাৰ নেতৃত্বত গঢ় লৈ উঠা এই আন্দোলনত হেজাৰ হেজ‍াৰ অসমীয়াই যোগদান কৰিছিল। আৰক্ষী-সেনাৰ অত্যাচাৰৰ ফলত ৮৫৫ গৰাকীয়ে মৃত্যুক সাৱটি লোৱাৰ উপৰিও অজস্ৰজন চিৰদিনৰ বাবে কোঙা হৈ পৰিছিল। 

অৱশেষত কেন্দ্ৰীয় চৰকাৰে সেও মানি ৰাজ্য চৰকাৰৰ উদ্যোগত সাক্ষৰ কৰিছিল ঐতিহাসিক অসম চুক্তিত। এই আন্দোলনৰ ফলস্বৰূপেই অসমত জন্ম লাভ কৰিছিল আঞ্চলিক দল অসম গণ পৰিষদে। আন্দোলনৰ সময়ছোৱাৰ পৰাই ৮৫৫ গৰাকী শ্বহীদৰ সৰ্বোচ্চ অৰ্পনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি পালন কৰি অহা হৈছে শ্বহীদ দিৱস।

Previous Post

গুৱাহাটীৰ IIT ত অধ্যাপকৰ আত্মহনন!

Next Post

কাছাৰত ৫০ কোটি টকাৰ YABA টেবলেট জব্দ

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
কাছাৰত ৫০ কোটি টকাৰ YABA টেবলেট জব্দ

কাছাৰত ৫০ কোটি টকাৰ YABA টেবলেট জব্দ

ফটাশিল আমবাৰীৰ অগ্নিকাণ্ডত জাহ গ’ল ১৫০টা ঘৰ

ফটাশিল আমবাৰীৰ অগ্নিকাণ্ডত জাহ গ'ল ১৫০টা ঘৰ

অসম-অৰুণাচল সীমান্তৰ ২ নং চিকাৰীদাংগাত পুনৰ অস্ত্ৰ উদ্ধাৰ

অসম-অৰুণাচল সীমান্তৰ ২ নং চিকাৰীদাংগাত পুনৰ অস্ত্ৰ উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8