• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
January 11, 2022
in সংবাদ, অসম
1 min read
0
আজিৰ দিনটোৰ ৰাশিফল
Share on FacebookShare on Twitter

মেষ ৰাশি : – মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, ভ্ৰমণত শুভ হব, লগতে ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায় ।

বৃষ ৰাশি : – বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ উন্নতি হব, যদিও সজাগ নহলে আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি : – মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য জেদ ভাৱ বাঢ়িব, ভ্ৰমণত শুভ হব, যদিও আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি সজাগ হব।

কৰ্কট ৰাশি : – কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হব, কৰ্মত উন্নতি হব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

সিংহ ৰাশি:– সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, আত্মীয় আগমন হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাটো ভাল হব।

কন্যা ৰাশি : – কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ হব, আজি আপোনাৰ কৰ্মত যশস্যা লাভ হব যদিও আজি ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হব।

তুলা ৰাশি:- তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত শিক্ষক সকলৰ শুভ হব, কৰ্মত বিপৰীত লিংগৰ পৰা সহাৰি লাভ হব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

বৃশ্চিক ৰাশি: – বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

ধনু ৰাশি: – ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব, প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব,যদিও আজি আপুনি সজাগ নহলে সামান্য পাৰিবাৰিক অশান্তি ভাৱ হোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি: – মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব,মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কুম্ভ ৰাশি: – কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰ মৰ্য্যদা লাভ কৰিব, ৰোগাৰোগ্য হব, যদিও সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

মীন ৰাশি :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত সুখ বাঢ়িব, মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

Previous Post

অসম আৰক্ষীৰ DSPপদত যোগ দিব অলিম্পিকত পদক বিজয়ী লাভলীনাই

Next Post

অৱশেষত উৰুকাত আংশিক শিথিলতা প্ৰদান কৰিলে চৰকাৰে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অৱশেষত উৰুকাত আংশিক শিথিলতা প্ৰদান কৰিলে চৰকাৰে

অৱশেষত উৰুকাত আংশিক শিথিলতা প্ৰদান কৰিলে চৰকাৰে

অৰুণাচল প্ৰদেশত আজিৰে পৰা নৈশ্য সান্ধ্য আইন

অৰুণাচল প্ৰদেশত আজিৰে পৰা নৈশ্য সান্ধ্য আইন

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আক্ৰান্ত হ’ল ক’ৰোনাত

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আক্ৰান্ত হ’ল ক'ৰোনাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8