• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অম্বুবাচীৰ বাবে যান-বাহন চলাচলৰ পথ নিৰ্দেশনা!

২২ জুনৰ পৰা ২৬ জুনলৈ বাহাল থাকিব নিষেধাজ্ঞা

নিউজ ডেস্ক by নিউজ ডেস্ক
June 21, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
অম্বুবাচীৰ বাবে যান-বাহন চলাচলৰ পথ নিৰ্দেশনা!
Share on FacebookShare on Twitter

অহা ২২ তাৰিখৰ পৰা ২৬ তাৰিখলৈ শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলা এইবাৰ অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ব৷ কভিডৰ সময়ত যিদৰে অনুষ্টুপীয়াকৈ অম্বুবাচী অনুষ্ঠিত কৰা হৈছিল, এইবাৰো তেনেকৈয়ে পালন কৰা হ’ব৷ কেৱল ধৰ্মীয় ৰীতি-নীতিৰে পালন হ’ব অম্বুবাচী মেলা৷

অম্বুবাচীলৈ আগমন ঘটিছে বহিঃৰাজ্যৰ বহু ভক্তৰ৷  ভক্তসকলৰ বাবে পুৰনি জে’লৰ অস্থায়ী আৱাসত টিকটৰ ব্যৱস্থা কৰা হৈছে৷ ভক্তসকলৰ আধাৰ আৰু ভোটাৰ কাৰ্ড পৰীক্ষা কৰা হৈছে৷ উল্লেখ্য যে, আগন্তুক অম্বুবাচী মহোৎসৱৰ সময়ত এইবেলি নীলাচল পাহাৰৰ আশে-পাশে তীৰ্থযাত্ৰীৰ থকা-খোৱাৰ ব্যৱস্থা নাথাকিব৷ কামাখ্যাৰ নামনিৰ পৰা অহা পদ-পথ সমূহৰ লগতে মটৰ পথছোৱাত মাজে মাজে খোৱাপানী, জিৰণি চ’ৰা, জোতা-চেণ্ডেল ৰখাৰ ব্যৱস্থা থাকিব৷

অম্বুবাচী মেলাৰ সময়ত গুৱাহাটী ট্ৰেফিক আৰক্ষীয়ে যান-বাহনৰ চলাচল সুচাৰুৰূপে নিশ্চিত কৰাৰ বাবে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কিছু সাল-সলনি আৰু নিষেধাজ্ঞা আৰোপ কৰিছে৷ যান-বাহনৰ আৰক্ষী উপায়ুক্তৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি যান-বাহন চলাচলৰ এই নতুন নিয়ম ২২ জুনৰ পৰা ২৬ জুনলৈ বাহাল থাকিব৷

  • ফেৰী গাড়ী, অত্যাৱশ্যকীয় সেৱাৰ সৈতে সম্পৰ্কিত বাহন, আৰু কামাখ্যা মন্দিৰৰ কেইখনমান বাহন আৰু জিলা প্ৰশাসনৰ দ্বাৰা কৰ্তৃত্বপ্ৰাপ্ত আৱাসীসকলৰ বাহিৰে ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা মন্দিৰৰ ফালে আৰু কামাখ্যা মন্দিৰ অভিমুখে কোনো বাহন প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব৷
  • সামগ্ৰী পৰিবহন কৰা গধুৰ, মজলীয়া আৰু সৰু বাণিজ্যিক বাহনবোৰ ডিজি ৰোড বা এমজি ৰোডত চলাবলৈ অনুমতি দিয়া নহ’ব৷
  • ভৰলুমুখৰ ফালৰ পৰা কামাখ্যা গেট অভিমুখে অহা বাহনসমূহে ভক্তসকলক কামাখ্যা গেটৰ ওচৰত নমাই থৈ বৰিপাৰা ফিল্ডত পাৰ্ক কৰিব পাৰিব৷
  • মালিগাঁওৰ ফালৰ পৰা কামাখ্যা গেট অভিমুখে অহা বাহনসমূহে ভক্তসকলক কামাখ্যা গেটৰ ওচৰত নমাই দিব আৰু ভৰালুমুখ হৈ যাব লাগিব৷
  • পাণ্ডু মন্দিৰ ঘাটৰ পৰা নতুনকৈ নিৰ্মাণ কৰা পথটো ব্যৱহাৰ কৰিবলৈ বাহনসমূহক অনুমতি দিয়া নহয়৷
Previous Post

কটন বিশ্ববিদ্যালয়ত মাহজোৰা কাৰ্যসূচীৰে আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন

Next Post

বৰঝাৰ বিমানবন্দৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বৰঝাৰ বিমানবন্দৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

বৰঝাৰ বিমানবন্দৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

ডিব্ৰুগড়ত আয়োজিত যোগ দিৱসত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ডিব্ৰুগড়ত আয়োজিত যোগ দিৱসত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন

গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8