• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ভয়ংকৰ! ট্ৰাকে খুন্দিয়ালে গাড়ী; ৬জনে হেৰুৱালে প্ৰাণ

Manoranjan Majumder by Manoranjan Majumder
February 13, 2021
in ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
Road Accident
Share on FacebookShare on Twitter

আজি পুৱা উত্তৰপ্ৰদেশৰ কনৌজত তালগ্ৰাম ক্ষেত্ৰৰ আগৰা-লক্ষ্ণৌ এক্সপ্ৰেছ ৱে’ত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

এক্সপ্ৰেছ ৱে’ত ট্ৰাকৰ সৈতে খুন্দা ট্ৰাকৰ। দুৰ্ঘটনাটোত গাড়ীখনত যাত্ৰা কৰা ৬জন লোকে প্ৰাণ হেৰুৱায়।

উল্লেখ্য ভীষণ কুঁৱলিৰ বাবে এক্সপ্ৰেছ ৱে’ত একো দেখা পোৱা যোৱা নাছিল।

পথৰ লোকে খবৰ দিয়া মাত্ৰকেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীয়ে আটাইকেইটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে লগতে তেওঁলোকৰ চিনাক্তকৰণৰ চেষ্টা চলাই থকা হৈছে।

দৰ্শন কৰিবলৈ গৈ আছিল বালাজী
উল্লেখ্য গাড়ীত যাত্ৰা কৰা যাত্ৰীসকল লক্ষ্ণৌৰ পৰা বালাজীলৈ দৰ্শনৰ বাবে গৈ আছিল।

যেতিয়াই গাড়ীখন কনৌজৰ তালগ্ৰাম জিলাত উপস্থিত হয়, তাত গাড়ীখন ট্ৰাকত সোমাই যায়।

খুন্দা ইমানেই প্ৰচণ্ড আছিল যে গাড়ীখনত থকা লোকসকল বেয়াকৈ আহত হয়।

ঘটনাটোৰ পিছত ঘটনাস্থলীত উপস্থিত থকা লোকে গাড়ীত আৱদ্ধ হৈ থকা লোকসকলক বাহিৰলৈ ওলাবলৈ চেষ্টা চলায়।

খবৰ পোৱা মাত্ৰকেই আৰক্ষীও ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীয়ে যেতিয়া আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰিবলৈ চেষ্টা চলায় তেওঁলোকে আদবাটতে মৃত্যুক সাৱটে।

Photo: Google

Tags: Road AccidentUttar Pradeshউত্তৰ প্ৰদেশপথ দুৰ্ঘটনা
Previous Post

কোটিপতি এটা কুকুৰ! যাৰ নামত আছে ৩৬ কোটি টকাৰ সম্পত্তি

Next Post

২২ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
narendra modi

২২ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

cannibal

প্ৰথমে হত্যা, তাৰ পিছত সিজাই খালে বন্ধুৰ মৃতদেহ

sarbananda sonowal

অসমৰ চলচ্চিত্ৰ উদ্যোগলৈ ১ কোটি টকাৰ ৰাজসাহায্য মুখ্যমন্ত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8