• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

তিনিবছৰত ১০০ কোটিৰো অধিক জৰিমনা সংগ্ৰহ পৰিবহন বিভাগৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 27, 2021
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
তিনিবছৰত ১০০ কোটিৰো অধিক জৰিমনা সংগ্ৰহ পৰিবহন বিভাগৰ
Share on FacebookShare on Twitter

কেৱল যান-বাহন আইন ভঙ্গকাৰীৰ বিৰুদ্ধেই যোৱা তিনি বছৰত প্ৰায় ১০০ কোটিৰ ওচৰত জৰিমনা আদায় কৰিছে পৰিবহণ বিভাগে, এই কথা উল্লেখ কৰিছে সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাসে। তেওঁ আশ্চৰ্য প্ৰকাশ কৰি কয় যে, যান-বাহন ব্যৱহাৰকাৰীৰ অকণমান সজাগতা-সচেতনতাৰ অভাৱৰ বাবেই ইমানবোৰ জৰিমনা ভৰিবলগা হয়।
উল্লেখ্য যে, ড° হিমন্ত বিশ্ব শৰ্মাই ৩১ ডিচেম্বৰত এটাও পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যু সংঘটিত হ’বলৈ দিয়া নহ’ব বুলি অঙ্গীকাৰ কৰাৰ লগতে এইক্ষেত্ৰত সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা বিচাৰি জনোৱা আহ্বানৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই দেওবাৰে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক যুৱকে বাইকলৈ গণেশগুৰিৰ উৰণীয়া সেঁতুৰ তলত মিলিত হৈ এক জনসচেতনতা বাইক ৰেলী উলিয়ায়।
বাইক ৰেলীৰ আগমুহূৰ্তত গণেশগুৰিৰ উৰনীয়া সেঁতুৰ তলত অনুষ্ঠিত এখন জনসচেতনতা সভাত অংশগ্ৰহণ কৰি সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে যোৱা সময়চোৱাত পথ দুৰ্ঘটনাত নিহত লোকৰ এক পৰিসংখ্যা দাঙি ধৰি বিশেষকৈ যুৱপ্ৰজন্মক উদ্দেশ্যি কয় যে- বীৰ লাচিতৰ দেশত জন্ম হোৱা তেজাল ডেকাৰ লগতে আন কোনো লোককে আমি পথ দুৰ্ঘটনাত প্ৰাণহানি হ’বলৈ নিদিও। প্ৰতিগৰাকী অভিভাৱককে নিজৰ সন্তানক পথ সুৰক্ষা আইন মানি চলিবলৈ বাধ্য কৰালে সমাজৰ প্ৰতি ডাঙৰ সহযোগিতা আগবঢ়োৱা হ’ব লগতে যুৱপ্ৰজন্মক উদ্যেশি তেওঁ কয় যে- অকাল মৃত্যু হাতৰ মুঠিত লৈ তীব্ৰবেগত বাইক চলোৱাৰ প্ৰতিযোগিতাত নামিলে নহ’ব । নিজৰ দেহাটো ৰক্ষা কৰি হেলমেট, ছীটবেল্ট আদি পৰিধান কৰি যান-বাহন আইন মানি চলিব লাগিব ৷

Previous Post

দেশত দ্ৰুত গতিত বিয়পিছে অমিক্ৰণ

Next Post

আৰম্ভ হ’ল সত্ৰৰ ভূমি বেদখলৰ জৰীপ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আৰম্ভ হ’ল সত্ৰৰ ভূমি বেদখলৰ জৰীপ!

আৰম্ভ হ'ল সত্ৰৰ ভূমি বেদখলৰ জৰীপ!

১০ জানুৱাৰীৰ পৰা কোভিড-১৯ বুষ্টাৰ ড’জ প্ৰক্ৰিয়া আৰম্ভ

১০ জানুৱাৰীৰ পৰা কোভিড-১৯ বুষ্টাৰ ড'জ প্ৰক্ৰিয়া আৰম্ভ

বোকাজানৰ ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল ৫০ৰো অধিক ঘৰ

বোকাজানৰ ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল ৫০ৰো অধিক ঘৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8