নিশা মহানগৰীত পৰিবহণ বিভাগে অভিযান চলায়। যান-বাহন আইন অমান্যকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ সহযোগত পৰিবহণ বিভাগে চলালে এই অভিযান। অভিযানৰ নেতৃত্বত আছিল পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাস।
উল্লেখ্য যে দুৰ্গা পূজাৰ সময়ত ৰাজপথত অধিক তৎপৰ হ’ব পৰিবহণ বিভাগ। গুৱাহাটীত যান-বাহন অমান্য কৰাৰ বাবে তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।