• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

যান-বাহন কৰ অনাদায়কাৰীলৈ পৰিবহণ বিভাগৰ জাননী

নিউজ ডেস্ক by নিউজ ডেস্ক
May 25, 2022
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
যান-বাহন কৰ অনাদায়কাৰীলৈ পৰিবহণ বিভাগৰ জাননী
Share on FacebookShare on Twitter

মহানগৰীৰ যান-বাহন কৰ অনাদায়কাৰী চাৰিকুৰিৰো অধিক বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণকাৰী সংস্থাৰ লগতে ব্যক্তিগত আৰু ব্যৱসায়িক যান-বাহনৰ মালিকৰ ঘৰে ঘৰে মঙলবাৰে সোমাল পৰিবহণ বিভাগৰ দল।

সময়মতে যান-বাহন কৰ আদায় নিদিয়াৰ ফলত কোনো মালিক-প্ৰতিষ্ঠানেই যাতে অধিক কৰৰ বোজা বহন কৰি সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে প্ৰথমৰ পৰাই বিভাগৰ বিষয়া-কৰ্মীসকলক চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। প্ৰয়োজন হ’লে ঘৰে ঘৰে গৈ হ’লেও যান-বাহন ব্যৱহাৰকাৰীক এই সন্দৰ্ভত সজাগ কৰি সহযোগিতা আগবঢ়াবলৈ সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে জনোৱা আহ্বানত বিভাগৰ দলে যোৱা দিনবোৰত অভিযান অব্যাহত ৰাখিছে।

সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ দায়িত্ববাহী গৌতম দাসৰ তত্বাৱধানত যানবাহন পৰিদৰ্শক কানাই মহন্ত আৰু কাৰ্যালয় সহযোগী সিদ্ধেশ্বৰ ৰাংহাঙে মঙলবাৰে পল্টন বজাৰ, বিৰুবাৰী, ৰিহাবাৰী, ভঙাগড়ৰ বৃহৎ অঞ্চলৰ কৰ অনাদায়ীক ৮৯খন ডিমাণ্ড নটিছ প্ৰেৰণ কৰি সময়মতে যানবাহনৰ বকেয়াসহ সকলো কৰ আদায়ৰ আহ্বান জনায়। উল্লেখ্য যে এই ৮৯খন জাননীৰ বিপৰীতে কৰ অনাদায়কাৰী সকলে বকেয়াসহ ডেৰ কোটিৰো অধিক টকাৰ যান-বাহন কৰ আদায় দিবলৈ আছে পৰিবহণ বিভাগক ৷

Previous Post

অৱশেষত নগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গো-মাফিয়া কমৰুজ জামানক

Next Post

মেয়ৰ – ডেপুটী মেয়ৰসহ পশ্চিম গুৱাহাটীৰ ১৫ জন পাৰিষদক অগপৰ উদ্যোগত সম্বৰ্ধনা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মেয়ৰ – ডেপুটী মেয়ৰসহ পশ্চিম গুৱাহাটীৰ ১৫ জন পাৰিষদক অগপৰ উদ্যোগত সম্বৰ্ধনা

মেয়ৰ - ডেপুটী মেয়ৰসহ পশ্চিম গুৱাহাটীৰ ১৫ জন পাৰিষদক অগপৰ উদ্যোগত সম্বৰ্ধনা

বৰঝাৰ বিমানকোঠত ‘বেগেজ ৰেপীং’ মেচিনৰ সেৱা আৰম্ভ

বৰঝাৰ বিমানকোঠত 'বেগেজ ৰেপীং' মেচিনৰ সেৱা আৰম্ভ

শিলসাঁকোৰ পিছত এইবাৰ ঢকুৱাখনাত চলিল প্ৰশাসনৰ বুলডজাৰ

শিলসাঁকোৰ পিছত এইবাৰ ঢকুৱাখনাত চলিল প্ৰশাসনৰ বুলডজাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8