দেশত তীব্ৰ গতিত বৃদ্ধি হৈছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা।
লগতে আন আন ৰাজ্য সমূহতো ক্ৰমান্নয়ে বৃদ্ধি হবলৈ ধৰিছে ক’ৰোনা সংক্ৰমণ।
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱো ক’ৰোনাত আক্ৰান্ত হৈছে।
এই কথা এক টুইট যোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।
I have been tested positive for Covid-19. I have isolated myself at home as per the advice of doctors.
I request everyone to please follow all the covid appropriate behaviour and stay safe.
— Biplab Kumar Deb (MODI Ka Parivar) (@BjpBiplab) April 7, 2021
বৰ্তমান হোম কোৱাৰেণ্টাইনত আছে মুখ্যমন্ত্ৰী গৰাকী।
বুধবাৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে পৰীক্ষা কৰিছিল ক’ৰোনা ভাইৰাছৰ
।তাৰ পিছতে তেওঁৰ দেহত ধৰাত পৰে ক’ৰোনা ভাইৰাছৰ উপস্থিতি।
লগতে তেওঁ সকলোকে সজাগ আৰু সতর্কিত হৈ থাকিবলৈ আহ্বান জনাইছে
Photo Credit:Google