• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ট্ৰাইচেমৰ উদ্যোগত চকৰদৌত জৈৱিক কৃষি, হস্তশিল্পীৰ উৎপাদিত সামগ্ৰীৰ বিপনী মুকলি

নিউজ ডেস্ক by নিউজ ডেস্ক
December 20, 2022
in সংবাদ, অসম
1 min read
0
ট্ৰাইচেমৰ উদ্যোগত চকৰদৌত জৈৱিক কৃষি, হস্তশিল্পীৰ উৎপাদিত সামগ্ৰীৰ বিপনী মুকলি
Share on FacebookShare on Twitter

ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰণালয়ৰ অধীনৰ গুৱাহাটীৰ লালমাটিস্থিত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান চমুকৈ আই আই ইয়ে প্ৰধান মন্ত্ৰী বন ধন যোজনা আঁচনিৰ অধীনত জনজাতি সকলৰ আৰ্থ সামাজিক বিকাশৰ লক্ষৰে তেওঁলোকৰ সকলো ধৰণৰ উৎপাদিত সামগ্ৰী সমূহে যাতে বজাৰ লাভ কৰে তাৰ বাবে কাম কৰি আহিছে। বিশেষকৈ জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ৰ বিশেষ পৃষ্ঠপোষকতাত আই আই ইয়ে ট্ৰাইচেম নামৰ ব্ৰেণ্ডৰ জৰিয়তে ২০২০ চনৰ পৰা এই পৰ্যন্ত প্ৰধান মন্ত্ৰী বন ধন যোজনাৰ অধীনত প্ৰায় ৩০ টা মান আত্মসহায়ক গোটৰ ৩০০ নিৰ্বাচিত জনজাতি হিতাধিকাৰীক প্ৰশিক্ষণ প্ৰদান কৰিছে।

তেনেদৰে তেওঁলোকৰ উৎপাদিত জৈৱিক কৃষিজাত সামগ্ৰী আৰু হস্ততাঁত সামগ্ৰীৰ বিক্ৰীৰ সুবিধাৰ বাবে জনজাতি বসতি প্ৰধান অঞ্চলত বিপনী স্থাপন কৰি আহিছে। ইয়াৰ অংশ হিচাপে সোমবাৰে গুৱাহাটীৰ কাষৰীয়া দীপৰ বিলৰ গাতে লগা চকৰদৌ কলিতাপাৰাত গড়চুক – আজাৰা সংযোগী পথৰ দাঁতিত উদ্যমী যুৱক তথা দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্রমোদ কলিতাৰ উদ্যোগত ট্ৰাইচেমৰ এখন বিপনী মুকলি কৰা হয়। মাংগলিক কাৰ্যৰ মাজেৰে বিপনীখন মুকলি কৰে জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ৰ অন্তৰ্গত ট্ৰাইফেডৰ ক্ষেত্ৰীয় প্ৰবন্ধক এ ডি মিশ্ৰই। এই উপলক্ষে আই আই ই, গুৱাহাটীৰ সঞ্চালক ডঃ ললিত শৰ্মাই আঁত ধৰা চমু অনুষ্ঠানত এ ডি মিশ্ৰই প্ৰধান মন্ত্ৰী বন ধন যোজনা আঁচনি খনৰ বিশদ বাখ্যা দাঙি ধৰে আৰু নতুনকৈ মুকলি কৰা ট্ৰাইচেমৰ বিপনীখনৰ জৰিয়তে হিতাধিকাৰীয়ে উৎপাদন কৰা সামগ্ৰী সমূহে গ্ৰাহক ৰাইজৰ মন জয় কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানত অসম ভৈয়াম জনজাতি উন্নয়ন পৰিষদ চমুকৈ এ পি টি ডি চিৰ পৰিচালন সঞ্চালক আৰ মালাকাৰে ভাগ লৈ উদ্যমী যুৱক প্ৰমোদ কলিতাৰ শলাগ লয় আৰু আঁচনি সমূহৰ ইতিবাচক দিশ সমূহৰ আলোকপাত কৰে। অনুষ্ঠানত প্ৰধান মন্ত্ৰী বন ধন যোজনাৰ অধীনত আই আই ই গুৱাহাটীত প্ৰশিক্ষণ লাভ কৰা কেবাগৰাকী হিতাধিকাৰী উপস্থিত থাকে।

Previous Post

আইন ভঙ্গকাৰীৰ বিৰুদ্ধে মহানগৰীৰ ৰাজপথত শীঘ্ৰেই “অভিযান কুৰুক্ষেত্ৰ”

Next Post

অসম বন কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অসম বন কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি

অসম বন কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি

গুৱাহাটীত ‘হেল্পিং হেণ্ড’ৰ কার্যালয় মুকলি

গুৱাহাটীত ‘হেল্পিং হেণ্ড’ৰ কার্যালয় মুকলি

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8