• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দুদিন বেংক বন্ধ! সাধাৰণ জনতাই খাব জ্বলা-ক’লা

নিউজ ডেস্ক by নিউজ ডেস্ক
March 28, 2022
in সংবাদ, অসম
1 min read
0
দুদিন বেংক বন্ধ! সাধাৰণ জনতাই খাব জ্বলা-ক’লা
Share on FacebookShare on Twitter

দুদিনীয়া ভাৰত বন্ধত স্তদ্ধ হৈ পৰিব দেশৰ বিত্তীয় লেন-দেন ব্যৱস্থা। চৰকাৰে ৰাজহুৱা খণ্ডৰ সম্পদ বিক্ৰী কৰাকে ধৰি বিভিন্ন জনস্বাৰ্থবিৰোধী কাম-কাজৰ বিৰুদ্ধে কেন্দ্ৰীয় শ্ৰমিক ইউনিয়নে আহ্বান কৰা এই বন্ধৰ বাবে জীয়াতু ভুগিব সাধাৰণ লোকসকলে। আনফালে মাৰ্চ এণ্ডিঙৰ সময়চোৱাত বিত্তীয় প্ৰতিষ্ঠানসমূহৰ এই প্ৰতিবাদে শলঠেকত পেলাব চৰকাৰকো। বহাগ বিহুৰ আগে আগে বিত্তীয় প্ৰতিষ্ঠানসমূহৰ এই ধৰ্মঘটে সাধাৰণ লোকৰ জীৱনতো ব্যাপক প্ৰভাৱ পেলাব।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱাখণ্ডৰ বেংকসহ বিত্তীয় প্ৰতিষ্ঠানক ব্যক্তিগতকৰণৰ নীতি গ্ৰহণ কৰাৰ উপৰি বেংকিং আইন সংশোধন বিধেয়ক-২০২১ৰ তীব্ৰ বিৰোধিতাৰে সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সংস্থাই এই প্ৰতিবাদ সাব্যস্ত কৰিছে। বেংক কৰ্মচাৰী সংস্থাৰ কেইবাটাও প্ৰভাৱশালী সংস্থাই এই প্ৰতিবাদলৈ সমৰ্থন দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে।

বীমা খণ্ডৰ কৰ্মচাৰীসকলেও এই প্ৰতিবাদলৈ সমৰ্থন ব্যক্ত কৰিছে। কেৱল বিত্তীয় প্ৰতিষ্ঠানেই নহয়, তীখা, তেল, কয়লা, টেলিকম, ডাক, আয়কৰ তাম খণ্ডইও এই বন্ধলৈ সমৰ্থন আগবঢ়াইছে। অৱশ্যে এই ক্ষেত্ৰত SBI কৰ্তৃপক্ষ প্ৰতিবাদৰ পৰা বাহিৰত আছে। প্ৰতিষ্ঠানটো।

Previous Post

আজিৰে পৰা ভাৰত বন্ধঃ অসম মটৰ শ্ৰমিকৰো ৪৮ঘন্টীয়া চকা বন্ধৰ আহ্বান…

Next Post

তেজপুৰত জুইত জাঁহ গ’ল ১৬ খনকৈ বিলাসী বাহন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
তেজপুৰত জুইত জাঁহ গ’ল ১৬ খনকৈ বিলাসী বাহন

তেজপুৰত জুইত জাঁহ গ'ল ১৬ খনকৈ বিলাসী বাহন

অস্কাৰৰ মঞ্চত ক্ৰিছ ৰকৰ গালত প্ৰচণ্ড চৰ সোধালে অভিনেতা উইল স্মিথে

অস্কাৰৰ মঞ্চত ক্ৰিছ ৰকৰ গালত প্ৰচণ্ড চৰ সোধালে অভিনেতা উইল স্মিথে

দেশৰ বহু ৰাজ্যত সংখ্যালঘুৰ মৰ্যাদা লাভ কৰিব পাৰে হিন্দুৱে!

দেশৰ বহু ৰাজ্যত সংখ্যালঘুৰ মৰ্যাদা লাভ কৰিব পাৰে হিন্দুৱে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8