• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

উজ্জ্বল দিপ্লু গগৈৰ ‘দ্য টপ গিয়েৰ’ উন্মোচন

Satabdi Saikia by Satabdi Saikia
October 5, 2021
in অসম, সংবাদ
1 min read
0
The Top Gear

The Top Gear

Share on FacebookShare on Twitter

ছ’চিয়েল মিডিয়াত মটৰ চাইকেলেৰে দুৰ্গম ঠাইলৈ কৰা দুঃসাহসিক যাত্ৰাৰ ৰোমাঞ্চকৰ কাহিনী লিখি চৰ্চিত হোৱা উজ্জ্বল দিপ্লু গগৈৰ ‘দ্য টপ গিয়েৰ’ শীৰ্ষক গ্ৰন্থখন আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটি প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ অধ্যাপক অৱনী কুমাৰ ভাগৱতী আৰু বিশিষ্ট লেখক ময়ুৰ বৰাই।

অনুষ্ঠানত ভাষণ দি অধ্যাপক অৱনী কুমাৰ ভাগৱতীয়ে কয় যে মটৰ চাইকেলেৰে দুৰ্গম ঠাইলৈ কৰা দুঃসাহসিক যাত্ৰাৰ ৰোমাঞ্চকৰ কাহিনী গ্ৰন্থখনত সুন্দৰকৈ প্ৰকাশ পাইছে। গ্ৰন্থখনৰ মাজেৰে লেখকৰ ৰুচিবোধ সাবলীলভাবে প্ৰতিফলিত হৈছে। কিতাপখনৰ আলোক চিত্ৰবোৰো দৃষ্টিনন্দন হৈছে। তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰে এক সুকীয়া বৰ্ণিল ভূগোল আছে, বৰ্ণময় বুৰঞ্জী আছে।

লেখকে দুঃসাহসিক যাত্ৰাৰ মাজেৰে কিতাপখনত এই কথাবোৰ তুলি ধৰাৰ বিনম্ৰ প্ৰয়াস কৰিছে। অনুষ্ঠানত ভাষণ দি ময়ুৰ বৰাই কয় যে কিতাপখন সুখপাঠ্য। ভাষণত তেওঁ অসমীয়া জাতিৰ উত্তৰণৰ বিষয়ে আলোচনা কৰে। অসমীয়া জাতিৰ উত্তৰণৰ বাবে যুব প্ৰজম্মৰ কৰ্তব্য আৰু দায়িত্বৰ বিষয়ে সোঁৱৰাই তেওঁ সাৱলীল ভাষণ আগবঢ়ায়।

মটৰ চাইকেলেৰে দুৰ্গম ঠাইলৈ দুঃসাহসিক যাত্ৰা ২০১৫ চনৰ পৰা আৰম্ভ কৰিছিল লেখক উজ্জ্বল দিপ্লু গগৈয়ে । তাৰ পিছত তেওঁ আৰু থমকি ৰোৱা নাই। যাত্ৰাৰ ৰোমাঞ্চকৰ কাহিনীবোৰ তেওঁ মাজে মাজে ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিছিল। তাৰ পিছত তেওঁৰ এই যাত্ৰাৰ ৰোমাঞ্চকৰ কাহিনীবোৰ সামৰি ২০১৯ চনৰ পৰা কিতাপখন লিখিবলৈ আৰম্ভ কৰিছিল। ডঃ শিৰোমণি ভূঞাই আঁত ধৰা অনুষ্ঠানত ডঃ মন্টু কুমাৰ বৰাইও ভাষণ দিয়ে। অনুষ্ঠানত লেখক উজ্জ্বল দিপ্লু গগৈৰ যাত্ৰাত সহায় কৰা আছুৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাকে ধৰি কেইবাগৰাকীও ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়।

Tags: The Top GearTravel StoriesUjjwal Diplu Gogoiউজ্জ্বল দিপ্লু গগৈ
Previous Post

ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে মিছন বসুন্ধৰা, সামৰি লোৱা হ’ব এই ৯টা সেৱা…

Next Post

আপুনি ভাং খাই নেকি! ভাঙৰ ২০ টা উপকাৰিতা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আপুনি ভাং খাই নেকি! ভাঙৰ ২০ টা উপকাৰিতা

আপুনি ভাং খাই নেকি! ভাঙৰ ২০ টা উপকাৰিতা

অপৰাধনামাঃ শিশু অপৰাধৰ শীৰ্ষত গুৱাহাটী

অপৰাধনামাঃ শিশু অপৰাধৰ শীৰ্ষত গুৱাহাটী

অসমৰ ৰে’লপথত চকু কেন্দ্ৰৰ:চৰকাৰৰ লক্ষ্য এতিয়া অসমৰ এটা ঐতিহাসিক ৰে’লপথত

অসমৰ ৰে'লপথত চকু কেন্দ্ৰৰ:চৰকাৰৰ লক্ষ্য এতিয়া অসমৰ এটা ঐতিহাসিক ৰে'লপথত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8