• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পশ্চিম গুৱাহাটীৰ উমশ্ৰুত চকু চিকিৎসা শিবিৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 14, 2022
in সংবাদ, গুৱাহাটী, স্বাস্থ্য
1 min read
0
পশ্চিম গুৱাহাটীৰ উমশ্ৰুত চকু চিকিৎসা শিবিৰ
Share on FacebookShare on Twitter

পশ্চিম গুৱাহাটীৰ অসম – মেঘালয় সীমান্তবৰ্তী অঞ্চল উমশ্ৰু গাওঁত ডাউন টাউন হস্পিতালৰ উদ্যোগত আৰু ৰংমন ট্যুৰিজিম চছাঁইটিৰ সহযোগত ১১ ডিচেম্বৰত উমশ্ৰু গীৰ্জাঘৰত এটা বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত অভিজ্ঞ চকু চিকিৎসক ডাঃ বিতোপন শৰ্মাৰ নেতৃত্বত এটা চিকিৎসকৰ দলে শিশু, মহিলাকে ধৰি উপস্থিত প্ৰায় ১০০ জন লোকৰ চকু পৰীক্ষা কৰে।

আৰম্ভণিতে ৰংমন ট্যুৰিজিম চছাইটিৰ সভাপতি ধ্ৰুৱজ্যোতি দলৈয়ে আঁত ধৰা শিবিৰ মুকলি অনুষ্ঠানত ডাঃ বিতোপন শৰ্মাই উপস্থিত সকলোকে মানৱ দেহৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ চকুজুৰিক কিদৰে ভালে ৰাখিব পাৰি সেই সম্পৰ্কে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়। শিবিৰত উমশ্ৰু গীৰ্জাঘৰৰ পালক অনুপ দলৈ, উমশ্ৰু ক্লাৱৰ সভাপতি সমৰ ৰাভা, সম্পাদক দীপাংকৰ ৰাভা, সমাজকর্মী প্ৰতাপ দলৈকে ধৰি কেবাজনেও চকু পৰীক্ষা কাৰ্যত চিকিৎসকৰ দলটোক সহযোগিতা আগবঢ়ায়।

Previous Post

পৰিবহন নিগমত চালক প্ৰশিক্ষণ কার্যসূচীৰ শুভাৰম্ভ

Next Post

দৰমহাৰ মুখ নেদেখাকৈয়ে মৃত্যু বন বিভাগৰ বেতন বঞ্চিত কেজুৱেল বনকর্মী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ভুল চিকিৎসাৰ বলি! প্ৰসুতি মহিলা অধ্যাপিকাৰ মৃত্যুত নলবাৰীত উত্তেজনাময় পৰিস্থিতি

দৰমহাৰ মুখ নেদেখাকৈয়ে মৃত্যু বন বিভাগৰ বেতন বঞ্চিত কেজুৱেল বনকর্মী

৩ বছৰত অৰুণাচলৰ ৬ কি:মি: মাটি দখল চীনৰ!

৩ বছৰত অৰুণাচলৰ ৬ কি:মি: মাটি দখল চীনৰ!

সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত

বোকাজানত শোকাৱহ পথ দুৰ্ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8