• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অনিশ্চিত ভৱিষ্যৎঃ নিয়মীয়া নহয় ঠিকাভিত্তিক শিক্ষকৰ চাকৰি

নিউজ ডেস্ক by নিউজ ডেস্ক
January 4, 2022
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
অনিশ্চিত ভৱিষ্যৎঃ নিয়মীয়া নহয় ঠিকাভিত্তিক শিক্ষকৰ চাকৰি
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত ঠিকাভিত্তিক শিক্ষকতা কৰি থকাসকলৰ চাকৰি নিয়মীয়া কৰিব নোৱাৰি বুলি স্পষ্ট কৰি দিছে ৰাজ্যৰ শিক্ষা মন্ত্রী ৰণোজ পেগুৱে৷ ঠিকা-ভিত্তিক শিক্ষকতা কৰি অহা শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰাৰ ক্ষেত্রত আইনী বাধা আছে৷ লগতে তেওঁ কয় যে, বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ঠিকাভিত্তিক শিক্ষকসকলক নিয়মীয়া শিক্ষকসকলৰ সমহাৰত বেতন দি আহিছে। আনহাতে, ঠিকাভিত্তিক কর্মৰত শিক্ষকসকলক পাঁচ শতাংশ ডি এ (মৰগীয়া বানচ) এক জানুৱীৰৰ পৰা প্রযোজ্য হোৱাকৈ প্রদান কৰা হ’ব বুলিও মন্ত্রীজনে জানিবলৈ দিয়ে।
উল্লেখ্য যে, ৰাজ্যৰ ঠিকাভিত্তিক কাম কৰি থকা শিক্ষকসকলে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ বাবে দীর্ঘদিন ধৰি আন্দোলন কৰি আহিছে যদিও ৰাজ্য চৰকাৰখনে শিক্ষকসকলৰ উক্ত দাবীক বিশেষ গুৰুত্ব দিয়া নাই৷
এনে পৰিস্থিতিৰ মাজতে আজি শিক্ষা মন্ত্রীজনে আইনী বাধাৰ বাবেই ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰিব পৰা নাযাব বুলি কৰা মন্তব্য বিশেষ তাৎপৰ্যপূৰ্ণ হৈ পৰিছে৷ মন্ত্রীজনৰ এই মন্তব্যৰ পাছত এতিয়া ঠিকাভিত্তিক শিক্ষকসকলে কি পদক্ষেপ গ্রহণ কৰিব সেয়া হ’ব লক্ষণীয়৷

Previous Post

ক’ৰোনাৰ ভয়ংকৰ সংক্ৰমণ! ক’ভিড পজিটিভ মুখ্যমন্ত্ৰী কেজৰিৱাল

Next Post

প্ৰথম দিনটোতেই দেশত ৪০ লক্ষাধিক কিশোৰ- কিশোৰীক ক’ভিড ভেকচিন প্ৰদান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
প্ৰথম দিনটোতেই দেশত ৪০ লক্ষাধিক কিশোৰ- কিশোৰীক ক’ভিড ভেকচিন প্ৰদান

প্ৰথম দিনটোতেই দেশত ৪০ লক্ষাধিক কিশোৰ- কিশোৰীক ক'ভিড ভেকচিন প্ৰদান

ৰাজ্যৰ ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য লাগে গুৱাহাটী উচ্চ ন্যায়ালয়ক

ৰাজ্যৰ ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য লাগে গুৱাহাটী উচ্চ ন্যায়ালয়ক

ভাৰতত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে ক’ৰণা আক্ৰান্তৰ সংখ্যা

ভাৰতত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে ক'ৰণা আক্ৰান্তৰ সংখ্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8