• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিড়ম্বনা! পানীৰ তলত মহানগৰী!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 14, 2022
in সংবাদ, গুৱাহাটী
1 min read
0
বিড়ম্বনা! পানীৰ তলত মহানগৰী!
Share on FacebookShare on Twitter

নিশাৰ পৰা আৰম্ভ হোৱা এজাক নেৰানেপেৰা বৰষুণৰ ফলত বৰ্তমান জলমগ্ন মহানগৰীৰ বিভিন্ন স্থান। ৰাজপথ, পদপথ সকলো একাকাকাৰ হৈ পৰিছে কৃত্ৰিম বানৰ ফলত।

গেলা পানীৰে ভৰি পৰিছে মহানগৰীৰ ৰাজপথ। মহানগৰীৰ হাতীগাঁও, কাহিলিপাৰা, জুৰোড, অনিল নগৰ, নবীন নগৰ, চানমাৰি, ৰাজগড়কে ধৰি বিভিন্ন স্থান ইতিমধ্যে বুৰ গৈছে কৃত্ৰিম বানত।

যাৰ ফলত স্কুলীয়া শিক্ষাৰ্থী, অফিচলৈ যোৱা সকলো লোকে যমৰ যাতনা ভুগিবলগীয়াত পৰিছে। নিশা অহা মূষলধাৰ বৰষুণৰ পিছৰে পৰা কৃত্ৰিম বানৰ কবলত মহানগৰী। ইফালে মহানগৰীৰ বৰাগাঁৱত হোৱা ভূমিস্খলনত মৃত্যু হৈছে ৪জনকৈ লোকৰ ।

Previous Post

আজি পুনৰ EDৰ কাৰ্যালয়ত উপস্থিত হ’ব লাগিব ৰাহুল গান্ধী!

Next Post

লাডাখলৈ গৈ ঘূৰি নাহিল বাইক ৰাইডাৰ নিতু, দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
লাডাখলৈ গৈ ঘূৰি নাহিল বাইক ৰাইডাৰ নিতু, দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ!

লাডাখলৈ গৈ ঘূৰি নাহিল বাইক ৰাইডাৰ নিতু, দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ!

আজিৰে পৰা ৰাজ্যত পুনৰ হ’ব প্ৰবল ধুমুহা-বৰষুণ

কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ মহানগৰবাসীলৈ জৰুৰী বাৰ্তা

আজিৰে পৰা ৰাজ্যত পুনৰ হ’ব প্ৰবল ধুমুহা-বৰষুণ

আগন্তুক তিনিদিন ধৰি অসমত হ'ব মুষলধাৰ বৰষুণ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8