দেশত ক’ৰোনা সংক্ৰমণ তীব্ৰ গতিত বৃদ্ধি পাইছে।
এজনৰ পিছত এজন আক্ৰান্ত হৈ পৰিছে ক’ৰোনাত।
শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ আক্ৰান্ত হৈছে ক’ৰোনাত।
এক টুইট যোগে মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে এই কথা।
I have tested #COVID positive today. All those who have come in contact with me in the last 2-3 days may please get themselves tested.
— Prakash Javadekar (Modi Ka Parivar) (@PrakashJavdekar) April 16, 2021
লগতে জনাইছে যে তেওঁৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হৈ আছে ।
সেয়েহে নিজ বাসগৃহত থাকি হোম কোৱাৰেণ্টাইন হৈ থাকিব বুলি জনাইছে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।
লগতে তেওঁৰ সংস্পৰ্শলৈ অহা সকলো ব্যক্তিক ক’ৰোনা পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে।
Photo Credit: Google