• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গৰাকীৰ গাফিলতিত মহানগৰীত অসুৰক্ষিত ছাত্ৰ-ছাত্ৰী, চিটিবাছৰ যাত্ৰী

নিউজ ডেস্ক by নিউজ ডেস্ক
March 24, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
গৰাকীৰ গাফিলতিত মহানগৰীত অসুৰক্ষিত ছাত্ৰ-ছাত্ৰী, চিটিবাছৰ যাত্ৰী
Share on FacebookShare on Twitter

ৰাজপথত বিপদমুক্ত অৰ্থাৎ সুৰক্ষিত যাতায়ত ব্যৱস্থা এটা গঢ়ি তোলাৰ বাবে যেন অধিকাংশ বাহনৰ গৰাকীৰে নাই সামান্যতমো সচেতনতা আৰু দায়িত্ববোধ। ব্যৱসায়িক বাহনৰ কথা বাদ দিলেও যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰত স্বয়ং গুৱাহাটী মহানগৰীৰ বহু স্কুলবাছ আৰু চিটিবাছে আজিও চূড়ান্ত কৰফাঁকি আৰু নথিপত্ৰৰ নানান বিসঙ্গতিৰে কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে অন্যান্য যাত্ৰীৰ জীৱনকলৈ হেতালি খেলা অমনোযোগী আৰু গৰ্হিত কাৰ্যই সকলোৰে চকু কপালত তুলিছে। যান-বাহনৰ নথিপত্ৰ নৱীকৰণকে ধৰি বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে চলোৱা তালাচীত শেহতীয়াকৈ জব্দ হোৱা বাহনৰ পৰিসংখ্যাই যেন এই কথাকে প্ৰমাণ কৰে৷

আনহাতে, মহানগৰীত এতিয়াও ৭০ কোটিৰো অধিক যান-বাহন কৰ আদায় দিবলগীয়াৰ তালিকাত ব্যক্তিগত আৰু ব্যৱসায়িক বিভিন্ন বাহনৰ লগতে চিটিবাছ আৰু স্কুলবাছৰ সংখ্যাও মনকৰিবলগীয়া৷ যোৱা কেইদিনৰ দৰে বুধবাৰেও মহানগৰীৰ চানমাৰি, পানীখাইটি, বোন্দা, বৰবাৰী, সৰুসজাই, সোনাপুৰ, চন্দ্ৰপুৰ আদি বৃহৎ অঞ্চলৰ ৰাজপথত অকতৃত্বশীল বাহনৰ বিৰুদ্ধে অভিযানত নামে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিযানকাৰী দল৷ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস আৰু পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ নেতৃত্বত যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰৰ উপস্থিতিত প্ৰৱৰ্তক পৰিদৰ্শকৰ লগতে সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শকৰ দলসহ বিভাগৰ বিভিন্ন বিষয়া-কৰ্মী কেইবাটাও ভাগত বিভক্ত গুৰুত্বপূৰ্ণ স্থানসমূহতত ১০০০ৰো অধিক বাহনত তন্নতন্নকৈ তালাচী চলায়।

তালাচীৰ সময়ত দীৰ্ঘদিন ধৰি যান-বাহনৰ কৰ আদায় নিদিয়াৰ লগতে নথিপত্ৰ নৱীকৰণৰ ক্ষেত্ৰত ধৰা পৰা বিভিন্ন বিসঙ্গতিত ২৩০ৰো অধিক বাহনৰ বিৰুদ্ধে যান-বাহন আইনৰ অধীনত ঠিতাতে গোচৰ ৰুজু কৰি দীৰ্ঘদিন ধৰি কৰ আদায় নিদিয়াৰ গুৰুতৰ অভিযোগত ৫০খনৰো অধিক বাহন জব্দ কৰে৷ কৰ অনাদায়কাৰী বাহনৰ বিৰুদ্ধে চলোৱা তালাচীৰ সময়ত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে প্ৰায় প্ৰতিখন বাহনৰে গৰাকী আৰু চালকৰ ওচৰলৈ গৈ সকলোকে অতি বিনয়েৰে এই কথা বুজাবলৈ চেষ্টা কৰে যে সমগ্ৰ অসমৰ লগতে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰৰ ৰাজপথত এটা সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ হ’লে প্ৰতিজন গৰাকীয়ে যানবাহনৰ নথিপত্ৰ নৱীকৰণ কৰি ৰখাৰ লগতে বকেয়াসহ সকলো কৰ পৰিশোধ কৰি বাহনৰ বীমা কোম্পানীৰ ওচৰত সম্পূৰ্ণ বৈধ হৈ থাকিব লাগিব। সেয়ে তেওঁ যানবাহনৰ কৰ অনাদায়কাৰীক ৩১ মাৰ্চৰ ভিতৰত কৰ পৰিশোধ কৰি গধুৰ বোজাৰ পৰা হাত সাৰি থাকি নিজৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনায়৷

Previous Post

শ্ৰীলংকা নৌসেনাই গ্ৰেপ্তাৰ কৰিলে ১৬ গৰাকী ভাৰতীয় মাছমৰীয়াক

Next Post

জল পৰিশোধন প্ৰযুক্তিৰ অধ্যক্ষ হিচাপে নিযুক্তি পালে মিহিৰ কুমাৰ পুৰকাইত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
জল পৰিশোধন প্ৰযুক্তিৰ অধ্যক্ষ হিচাপে নিযুক্তি পালে মিহিৰ কুমাৰ পুৰকাইত

জল পৰিশোধন প্ৰযুক্তিৰ অধ্যক্ষ হিচাপে নিযুক্তি পালে মিহিৰ কুমাৰ পুৰকাইত

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল’ব যোগী আদিত্য নাথে

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল’ব যোগী আদিত্য নাথে

বোকাজান আৰক্ষীৰ গুলীত আহত এজন ড্ৰাগছ সৰবৰাহকাৰী

বোকাজান আৰক্ষীৰ গুলীত আহত এজন ড্ৰাগছ সৰবৰাহকাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8