• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দেশত প্ৰতিদিনে ১০ লাখ পৰ্যন্ত লোক আক্ৰান্ত হ’ব ক’ৰোণাত!

নিউজ ডেস্ক by নিউজ ডেস্ক
January 8, 2022
in সংবাদ, অসম, ৰাষ্ট্ৰীয়
1 min read
0
মেঘালয়ত ক’ভিডৰ নতুন SOP
Share on FacebookShare on Twitter

ক’ৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰণে সমগ্ৰ বিশ্বতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অমিক্ৰণৰ লগতে দেশত আৰম্ভ হৈছে ক’ৰোণাৰ তৃতীয় ঢৌ। বিশেষজ্ঞসকলৰ মতে, জানুৱাৰীত তৃতীয় ঢৌ শীৰ্ষত থাকিব পাৰে আৰু ক’ৰোণাৰ এটা দিনৰ সৰ্বাধিক আক্ৰান্তৰ সংখ্যা পোহৰলৈ আহিব পাৰে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স এণ্ড আৰু ইণ্ডিয়ান ষ্টেটিচটিকেল ইনষ্টিটিউট বেংগালুৰুৰ এটা ষ্টাডী ৰিপৰ্ট মতে, জানুৱাৰীৰ শেষ সপ্তাহত প্ৰতিদিনে ১০ লাখ পৰ্যন্ত লোক ক’ৰোণাত আক্ৰান্ত হ’ব।
এই ষ্টাডী অধ্যাপক শিৱ এথেৰায়া, অধ্যাপক ৰাজেশ সুন্দৰচন, আইআইএছচি আৰু আইএছআই বেংগালুৰু দলে কৰিছিল। অধ্যয়নটোৱে কৈছে যে, জানুৱাৰীৰ শেষ সপ্তাহত সৰ্বাধিক সংখ্যক ক’ৰোণাত আক্ৰান্ত ৰোগী দেখা যাব আৰু ইয়াৰ প্ৰভাৱ ফেব্ৰুৱাৰীতো দৃশ্যমান হ’ব।
আনহাতে, অহা ২০ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈকে কোভিডে ভয়ংকৰ ৰূপ লব বুলি আশংকা প্ৰকাশ কৰিছে অসম চৰকাৰেও। দ্বিতীয় ঢৌৰ সময়ত ৰাজ্যত দৈনিক সৰ্বাধিক ৬,৫৩৬ জন লোক ক’ৰোণাত আক্ৰান্ত হোৱাৰ বিপৰীতে অহা ৩০ জানুৱাৰীৰ ভিতৰত দৈনিক ১০ৰ পৰা ১২ হাজাৰ লোক ক’ৰোণাত সংক্ৰমিত হব পাৰে। এই কথা শুকুৰবাৰে সংবাদমেল যোগে জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Previous Post

লকডাউনৰ ভয়! হাজাৰ হাজাৰ শ্ৰমিকে এৰিছে মুম্বাই

Next Post

গুৱাহাটী বিমানকোঠত বিনামূলীয়া হ’ব প্ৰথম ১০ মিনিটৰ পাৰ্কিং

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গুৱাহাটী বিমানকোঠত বিনামূলীয়া হ’ব প্ৰথম ১০ মিনিটৰ পাৰ্কিং

গুৱাহাটী বিমানকোঠত বিনামূলীয়া হ'ব প্ৰথম ১০ মিনিটৰ পাৰ্কিং

পাঞ্জাব নেশ্যনেল বেংক ক’ৰনাৰ হটস্পট; ১৮জন কৰ্মচাৰী আক্ৰান্ত

পাঞ্জাব নেশ্যনেল বেংক ক'ৰনাৰ হটস্পট; ১৮জন কৰ্মচাৰী আক্ৰান্ত

ক’ৰোনাৰ বুষ্টাৰ ড’জ নোলোৱাসকলে নাপাব দৰমহাঃ মুখ্যমন্ত্ৰীৰ হিমন্তৰ ঘোষণা

ক'ৰোনাৰ বুষ্টাৰ ড'জ নোলোৱাসকলে নাপাব দৰমহাঃ মুখ্যমন্ত্ৰীৰ হিমন্তৰ ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8