• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

টেলিভিশ্যন সাংবাদিক ৰোহিত সৰডানাৰ দেহাৱসান; সংবাদ জগতত শোকৰ ছাঁ

Manoranjan Majumder by Manoranjan Majumder
April 30, 2021
in ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
টেলিভিশ্যন সাংবাদিক ৰোহিত সৰডানাৰ দেহাৱসান; সংবাদ জগতত শোকৰ ছাঁ
Share on FacebookShare on Twitter

টেলিভিশ্যন সাংবাদিক ৰোহিত সৰডানা ক’ৰোনাত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে।

তেওঁৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকেই সংবাদ জগতত শোকৰ ছাঁ।

কেইবাগৰাকীও সাংবাদিকে তেওঁৰ মৃত্যুৰ খবৰ টুইটাৰযোগে প্ৰকাশ কৰে।

তেওঁৰ মৃত্যুৰ খবৰ শুনি সমগ্ৰ মিডিয়া জগত স্তব্ধ হৈ পৰিছে।

বহু কেইগৰাকী সাংবাদিকে টুইটাৰযোগে শোকপ্ৰকাশ কৰে।

সাংবাদিকৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মন্ত্ৰী স্মৃতি ইৰানীসহ কেইবাগৰাকীও দিগ্গজ নেতাই তেওঁৰ মৃত্যুত শোকপ্ৰকাশ কৰে।

ৰোহিত সৰডানাৰ মৃত্যুক লৈ জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ সৰদেশায়ে টুইটাৰত লিখিলে,

”যথেষ্ট ভয়ানক খবৰ। বিশিষ্ট টেলিভিশ্যন নিউজ এংকৰ ৰোহিত সৰডানাৰ মৃত্যু হ’ল।

আজি পুৱা হৃদ ৰোগত আক্ৰান্ত হয়। তেওঁৰ পৰিয়াললৈ সমবেদনা।

More terrible news friends. Well known Tv news anchor Rohit Sardana has passed away. Had a heart attack this morning. Deep condolences to his family. RIP

— Rajdeep Sardesai (@sardesairajdeep) April 30, 2021

ইফালে আজটকৰ সাংবাদিক চিত্ৰা ত্ৰিপাঠীয়েও টুইটাৰযোগে শোকপ্ৰকাশ কৰে।

😭😭😭😭😭
हँसता-खेलता परिवार, दो छोटी बेटियाँ. उनके लिए इस #दंगल को हारना नहीं था @sardanarohit जी.
आज सुबह चार बजे नोएडा के निजी अस्पताल में ICU में आपको ले ज़ाया गया और दिन चढ़ने के साथ ये बहुत बुरी खबर.
कुछ कहने को अब बचा ही नहीं 🙏🏻 pic.twitter.com/M3qKQvQ4mK

— Chitra Tripathi (@chitraaum) April 30, 2021

জ্যেষ্ঠ সাংবাদিক সুধীৰ চৌধুৰীয়েও শোকপ্ৰকাশ কৰে।

अब से थोड़ी पहले @capt_ivane का फ़ोन आया।उसने जो कहा सुनकर मेरे हाथ काँपने लगे।हमारे मित्र और सहयोगी रोहित सरदाना की मृत्यु की ख़बर थी।ये वाइरस हमारे इतने क़रीब से किसी को उठा ले जाएगा ये कल्पना नहीं की थी।इसके लिए मैं तैयार नहीं था।ये भगवान की नाइंसाफ़ी है..
ॐ शान्ति

— Sudhir Chaudhary (@sudhirchaudhary) April 30, 2021

ৰোহিত সৰডানাৰ মৃত্যুত শিৱ অৰুৰেও শোকপ্ৰকাশ কৰে।

Rohit & I did the 5pm show on Aaj Tak & India Today respectively, so we always bumped into each other right before.

Rohit: "Bhai kya kar raha aaj."

Shiv: "Election rallies pe."

Rohit: "Bhai tu bhi yeh karega, to mera show kaun dekhega."

Never short of humour. #RohitSardana pic.twitter.com/TFxFxjWwCS

— Shiv Aroor (@ShivAroor) April 30, 2021

ৰোহিত সৰডানাৰ মৃত্যুত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোকপ্ৰকাশ কৰি লিখিলে যে, জ্যেষ্ঠ সাংবাদিক শ্ৰী ৰোহিত সৰডানা জীৰ মৃত্যু অতিকে দুখঃজনক।

ভগৱান শ্ৰী ৰামক প্ৰাৰ্থনা জনাইছো যে তেওঁৰ আত্মাই শান্তি লাভ কৰক।

वरिष्ठ पत्रकार श्री रोहित सरदाना जी का निधन अत्यंत दुःखद है।

वह जनपक्षीय पत्रकारिता के अप्रतिम हस्ताक्षर थे।

प्रभु श्री राम से प्रार्थना है कि वह दिवंगत आत्मा को शान्ति व शोकाकुल परिजनों को यह अथाह दुःख सहने की शक्ति प्रदान करें।

ॐ शांति

— Yogi Adityanath (@myogiadityanath) April 30, 2021

তেওঁৰ মৃত্যুত স্মৃতি ইৰানীয়েও টুইটাৰযোগে শোকপ্ৰকাশ কৰে।

पत्रकारिता जगत के प्रतिभावान और लोकप्रिय वरिष्ठ पत्रकार रोहित सरदाना जी के असामयिक निधन के बारे में जानकर स्तब्ध हूँ।

उनके परिवार के प्रति संवेदनाएं व्यक्त करती हूँ और ईश्वर से उनकी आत्मा की शांति के लिए प्रार्थना करती हूँ।

ॐ शांति 🙏

— Smriti Z Irani (@smritiirani) April 30, 2021

জানিব পৰা মতে, তেওঁ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু সাৱটিলে।

২৪ এপ্ৰিলত সাংবাদিকগৰাকীয়ে টুইট কৰিছিল যে, ‘এসপ্তাহ পূৰ্বে দেহত জ্বৰ আৰু কোৰোণাৰ বাকী লক্ষণে দেখা দিয়াত ষ্টেট কৰাইছিলো।

RTPCRত কোৰোণা নিগেটিভ আহিছিল যদিও CTScan কৰাৰ পিছত দেহত কোৰোণাৰ সংক্ৰমণ ধৰা পৰে।

এতিয়া অৱস্থা আগতকৈ কিছু ভাল।

আপোনালোক সকলোৱে নিজৰ লগতে পৰিয়ালৰ কেয়াৰ লওক।’

দীৰ্ঘ সময় ধৰি টেলিভিশ্যন মিডিয়াৰ সৈতে জড়িত থকা ৰোহিত সৰডানা শেহতীয়াকৈ আজ টক নিউজ চেনেলত সম্প্ৰচাৰিত দংগল নামৰ শ্বটোৰ সঞ্চালক আছিল।

Photo: Google

Tags: AAJ TakRohit SardanaTelevision Anchorআজটকটেলিভিছন এংকৰমৃত্যুৰোহিত সৰডানা
Previous Post

আমেৰিকাৰ পৰা ভাৰত আহি পালে ক’ৰোনাৰ বাবে জৰুৰীকালীন সামগ্রী

Next Post

মৃত্যু হ’ল আমেৰিকাৰ মহাকাশচাৰী মাইকেল কলিনছ’ৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মৃত্যু হ’ল আমেৰিকাৰ মহাকাশচাৰী মাইকেল কলিনছ’ৰ

মৃত্যু হ'ল আমেৰিকাৰ মহাকাশচাৰী মাইকেল কলিনছ'ৰ

H8 FactCheck: ভূমিকম্পৰ এই ভিডিঅ'টো ২০১৮ৰ আলাস্কাৰ হয়, অসমৰ নহয়

দিল্লীৰ উপ-ৰাজ্যপাল অনিল বৈজাল আক্ৰান্ত হ’ল ক’ৰোনাত

দিল্লীৰ উপ-ৰাজ্যপাল অনিল বৈজাল আক্ৰান্ত হ'ল ক'ৰোনাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8