• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আশা নে সম্ভাৱনাৰ মৃত্যু? কাগজ কলৰ মৃত্যুৰ বাবে দায়ী কোন ?

Manoranjan Majumder by Manoranjan Majumder
September 30, 2021
in অসম, সংবাদ
1 min read
0
Nagaon Paper mill

Photo:- Satabdi Saikia

Share on FacebookShare on Twitter

ধেমাজিত আজিৰে পৰা অনুষ্ঠিত হ’বলগীয়া কেবিনেটত কাগজ নিগম কৰ্মচাৰীৰ বাবে পুঁজি মুকলিত অনুমোদন জনোৱা হ’ব ৷ কাগজ নিগমৰ কৰ্মচাৰী ইউনিয়ন আৰু জইণ্ট একচন কমিটী ফৰ ৰিকগনাইজড অৰ্গেনাইজেচন নামৰ সংগঠন দুটাৰ সৈতে আলোচনাৰ অন্তত কাগজ কলৰ কৰ্মচাৰীসকলৰ প্ৰতি দায়ৱদ্ধতা প্ৰকাশ কৰি হিমন্ত বিশ্বৰ চৰকাৰে কেতবোৰ সিদ্ধান্তত উপনীত হয় ৷ এই সিদ্ধান্ত সমূহৰ ভিতৰত আছে ১০০ গৰাকী যুৱক-যুৱতীলৈ চৰকাৰী চাকৰি, চিকিৎসক, কৰ্মচাৰীক স্বাস্থ্য বিভাগত নিযুক্তি, কৰ্মচাৰীসকলৰ বাবে দৰমহা, গ্ৰেচুইটী, পিএফ আৰু পেঞ্চন আদায় ইত্যাদি ৷ এই সন্দৰ্ভত কাগজ নিগমৰ কৰ্মচাৰী ইউনিয়নৰ সভাপতি আনন্দ বৰদলৈয়ে হেডলাইন ৮ক ফোনযোগে জনায় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত কাগজ কলৰ কৰ্মচাৰীৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাকে লৈ তেওঁলোক আনন্দিত আৰু কৰ্মচাৰীসকলেও নিজৰ নিজৰ যোগ্যতা অনুসৰি সুবিধাবোৰ লাভ কৰিব ৷


মাথোঁ ৫৭০ কোটি টকাৰ খেল আৰু সকলোবোৰ ইয়াতেই শেষ ৷ ৫৭০ কোটি টকাত কৰ্মচাৰীৰ অনাদায় দৰমহা, পিএফ, পেঞ্চন, গ্ৰেচুইটি সকলো আদায় হ’ব ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত কাগজ কল দুটাৰ ভৱিষ্যৎ কি হ’ব ? আনন্দ বৰদলৈয়ে এই সন্দৰ্ভত এইদৰে কয় যে কাগজ কলৰ ঠাইত অন্য উদ্যোগ স্থাপনৰ ব্যৱস্থা কৰা হ’ব ৷ যিসকল লোকৰ চাকৰি অধিক দিন আছিল তেওঁলোকক স্থায়ী চৰকাৰী চাকৰি দিয়া হ’ব ৷

চৰকাৰ খুশ, কাগজ কলৰ কৰ্মচাৰী খুশ ৷ কোনো বিতৰ্ক নাই ৷ কিন্তু অসমৰ এটা থলুৱা উদ্যোগ বন্ধ হোৱাত নিমাতে থাকিল তথাকঠিত বুদ্ধিজীৱি, ছাত্ৰ সংগঠন, অন্যান্য দল সংগঠন ৷ অসমৰ শ শ ল’ৰা-ছোৱালীৰ নিয়োজনৰ এটা বাট বন্ধ হ’ল ৷ কাগজ কলৰ সৈতে জড়িত আনুষংগিক উদ্যোগবোৰৰো উপাৰ্জনৰ মুদা মৰিল ৷ সাতে-সোতৰই লোকচান কিন্তু অসমৰ জনসাধাৰণৰেই হ’ল ৷

কাগজ-কল কিয় বন্ধ হ’বলগীয়া হ’ল ইয়াৰ কাৰণ ফঁহিয়াই চালে যথেষ্ট বিতৰ্কৰ সূত্ৰপাত ঘটিব যদিও কৰ্মচাৰীসকলৰ নিজৰ উদ্যোগটোৰ প্ৰতি থকা অনীহা আৰু কৰ্মবিমুখিতাই ইয়াৰ প্ৰধান কাৰণ ৷ যিটো উদ্যোগৰ বাবে কৰ্মচাৰীসকলৰ ঘৰত চাউলৰ চৌকাত জুই জ্বলিছিল সেই উদ্যোগটোৰ প্ৰতি যদি দায়িত্ববোধ কৰ্মচাৰীসকলে প্ৰদৰ্শন কৰিলেহেঁতেন তেন্তে এই উদ্যোগৰ আজি অপমৃত্যু নঘটিলেহেঁতেন ৷ কেৱল মাত্ৰ চৰকাৰে এইটো নকৰিলে, সেইটো নকৰিলে বুলি দোষ দি লোকসকলে এবাৰ নিজকো চিকুটি চোৱা আৱশ্যক ৷

Tags: AssamAssam PoliceCM Himanta Biswa Sarmajagiroadnagaon paper mill
Previous Post

আগন্তুক ৪৫ দিনলৈ বন্ধ থাকিব ব্যক্তিগত সুৰাৰ দোকান

Next Post

মেঘালয়ত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাঃ নদীত বাগৰিল যাত্ৰীবাহী বাছ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মেঘালয়ত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাঃ নদীত বাগৰিল যাত্ৰীবাহী বাছ

মেঘালয়ত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাঃ নদীত বাগৰিল যাত্ৰীবাহী বাছ

শুৱালকুছিৰ ৰাজপথত উদ্ধাৰ মৃতদেহঃ হত্যাৰ সন্দেহ

শুৱালকুছিৰ ৰাজপথত উদ্ধাৰ মৃতদেহঃ হত্যাৰ সন্দেহ

মানিমুনি খালে নহয় এইকেইটা ৰোগ!

মানিমুনি খালে নহয় এইকেইটা ৰোগ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8