• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৩১ ডিচেম্বৰ উদযাপনৰ ক্ষেত্ৰত বাধ্য-বাধকতা থাকিবনে! জনালে মুখ্যমন্ত্ৰীয়ে

নিউজ ডেস্ক by নিউজ ডেস্ক
December 25, 2021
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
৩১ ডিচেম্বৰ উদযাপনৰ ক্ষেত্ৰত বাধ্য-বাধকতা থাকিবনে! জনালে মুখ্যমন্ত্ৰীয়ে
Share on FacebookShare on Twitter

দেশত তীব্ৰ গতিত বাঢ়িছে অ’মিক্ৰণৰ সংহাৰ। এই পৰ্যন্ত দেশত অ’মিক্ৰণত আক্ৰান্ত লোকৰ সংখ্যাই ৪০০ৰ ঘৰ স্পৰ্শ কৰিছে। অসমত এতিয়ালৈকে কোৰোণাৰ এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত লোক ধৰা পৰা নাই যদিও ৰাজ্যবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ উদযাপনৰ ওপৰতো মন্তব্য কৰে।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ‘ ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত নাই কোনা বাধ্য-বাধকতা। ক’ভিড সম্পৰ্কীয় আন নিৰ্দেশনাবোৰ আজি স্বাস্থ্যমন্ত্ৰীয়ে অৱগত কৰিব। অমিক্ৰণক লৈ সতৰ্ক হোৱা উচিত বুলিও তেওঁ কয়।
আনহাতে, ৰাজ্যৰ চৰকাৰী সঞ্চালকালয়সমূহ শীঘ্ৰে লখৰাৰ বেতকুটিলৈ স্থানান্তৰ হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত শৰ্মাই কয় যে, ‘স্থানান্তৰৰ বাবে ৫০০ কোটি টকা আৱন্টন দিয়া হৈছে। নিবিদাৰ কাম আৰম্ভ হৈছে, ৫ মাহৰ ভিতৰত কাম আৰম্ভ হ’ব। জনসাধাৰণৰ সুবিধাৰ্থে একেটা স্থানতেই সকলো সঞ্চালকালয় কৰা হৈছে বুলি তেওঁ জনায়।

Previous Post

অ’মিক্রনত আক্রান্ত ৩৫০ৰো অধিক; নিৰ্বাচন বন্ধ কৰাৰ আহ্বান ন্যায়াধীশৰ

Next Post

সলনি হ’ব ডেবিট-ক্ৰেডিট কাৰ্ড ব্যৱহাৰৰ নিয়ম

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
সলনি হ’ব ডেবিট-ক্ৰেডিট কাৰ্ড ব্যৱহাৰৰ নিয়ম

সলনি হ'ব ডেবিট-ক্ৰেডিট কাৰ্ড ব্যৱহাৰৰ নিয়ম

গুৱাহাটী মহানগৰীত নতুন উদ্যান

গুৱাহাটী মহানগৰীত নতুন উদ্যান

নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত নতুন SOP জাৰি ৰাজ্যত

নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত নতুন SOP জাৰি ৰাজ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8