• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাঁহিকুছিৰ SIPRDসহ বিভিন্ন প্ৰান্তত মহিলাৰ দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী

নিউজ ডেস্ক by নিউজ ডেস্ক
July 1, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
কাঁহিকুছিৰ SIPRDসহ বিভিন্ন প্ৰান্তত মহিলাৰ দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী
Share on FacebookShare on Twitter

অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ৰাজ্যৰ উদ্যমী মহিলা সকলৰ দক্ষতা বিকাশৰ বাবে বিগত বৰ্ষৰ পৰা কেতবোৰ বিশেষ আঁচনি গ্ৰহণ কৰি আহিছে। ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ ( SIPRD ) অধীনৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰত (ETC ) উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত পহিলা জুনৰ পৰা চলি আছে ১০ ৰ পৰা ১৫ দিনীয়াকৈ দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী। প্ৰশিক্ষণ কাৰ্যসূচীত কামৰূপ, কামৰূপ মহানগৰ, নলবাৰী, গোৱালপাৰা, বৰপেটা, ডিব্ৰুগড়, নগাঁও, কাৰ্বি আংলং, হোজাই আৰু বঙাইগাঁও জিলাৰ প্ৰায় ২০০ জনী মহিলাই ভাগ লৈছে।

কাৰ্যসূচীত ভাগ লোৱা মহিলা সকলক হস্ততাঁত, সূতা ৰং কৰা পদ্ধতি, সাজ পোচাক তৈয়াৰ কৰা, বেগ বনোৱা, বাঁহৰ দ্বাৰা বিভিন্ন আকৰ্ষণীয় সামগ্ৰী তৈয়াৰ কৰা, টেইলৰিং আদিৰ বাবে ১৫ আৰু ১০ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে। ইয়াৰে ৩০ জুনত ১০ দিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰা তিনিটা গোট আৰু ১৫ দিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰা দুটা গোটৰ প্ৰশিক্ষণৰ সামৰণি পৰিছে। একোটা গোটত ১৫ ৰ পৰা ১৮ জনীকৈ মহিলাই ভাগ লৈছে।

আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীৰ অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উপ সঞ্চালক মঞ্জু ৰাণী গগৈ, ETCৰ অধ্যক্ষ লালৰেম চিয়ামী গামলাই, উপ সঞ্চালক অনুপম দত্ত, ফেকাল্টি সদস্যদ্বয় ডঃ ৰিদিপ বৰা আৰু মনোৰঞ্জন চৌধুৰীকে ধৰি কেইবাজনো বিষয়াই তদাৰক কৰি আহিছে।

Previous Post

তিনি মাহত ৬৮কোটিৰো অধিক কৰ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ৰ

Next Post

EDৰ কাৰ্যালয়ত বহুৱাই ৰাখিলেই মোৰ আচৰণ সলনি হৈ নাযায়ঃ ৰাহুল গান্ধী

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
EDৰ কাৰ্যালয়ত বহুৱাই ৰাখিলেই মোৰ আচৰণ সলনি হৈ নাযায়ঃ ৰাহুল গান্ধী

EDৰ কাৰ্যালয়ত বহুৱাই ৰাখিলেই মোৰ আচৰণ সলনি হৈ নাযায়ঃ ৰাহুল গান্ধী

ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউটক EDৰ ১০ ঘণ্টা ধৰি জেৰা!

ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউটক EDৰ ১০ ঘণ্টা ধৰি জেৰা!

ন’নে জিলাৰ ভূমিস্খলনত সন্ধানহীনক উদ্ধাৰৰ বাবে সেনাই ব্যৱহাৰ কৰিব অত্যাধুনিক প্ৰযুক্তি

ন’নে জিলাৰ ভূমিস্খলনত সন্ধানহীনক উদ্ধাৰৰ বাবে সেনাই ব্যৱহাৰ কৰিব অত্যাধুনিক প্ৰযুক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8