• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গ্ৰন্থপ্ৰেমীৰ বাবে দুঃখবৰ : স্থগিত হ’ল বিশ্ব গ্ৰন্থমেলা

নিউজ ডেস্ক by নিউজ ডেস্ক
January 7, 2022
in সংবাদ, আন্তৰ্জাতিক, ৰাষ্ট্ৰীয়
0
গ্ৰন্থপ্ৰেমীৰ বাবে দুঃখবৰ : স্থগিত হ’ল বিশ্ব গ্ৰন্থমেলা
Share on FacebookShare on Twitter

গ্ৰন্থপ্ৰেমীৰ বাবে আহিছে এক দুঃখবৰ। স্থগিত কৰা হ’ল বিশ্ব গ্ৰন্থমেলা। দেশত বৰ্ধিত কোৰোনা আৰু কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰনৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰখা হৈছে গ্ৰন্থমেলা। নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৩০ সংখ্যক বিশ্ব গ্ৰন্থমেলাৰ আয়োজকসকলে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দিল্লীৰ প্ৰগতি মৈদানত ৮ জানুৱাৰীৰ পৰা ১৬ জানুৱাৰীলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল। ১৯৭২ চনত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা এই বিশ্ব গ্ৰন্থমেলাৰ এইবাৰ আছিল সোণালী জয়ন্তী বৰ্ষ। গ্ৰন্থমেলাখন পুনৰ কেতিয়া অনুষ্ঠিত হ’ব সেই বিষয়ে পৰৱৰ্তী সময়ত ৰাজহুৱা কৰা হ’ব বুলি আয়োজকসকলে জানিবলৈ দিছে।

Previous Post

আজি ঘোষণা হ’ব নতুন কোভিড SOP

Next Post

‘বুল্লি বাই’ এপৰ কাম কিয় কৰিছিল নীৰজে?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
‘বুল্লি বাই’ এপৰ কাম  কিয় কৰিছিল নীৰজে?

'বুল্লি বাই' এপৰ কাম কিয় কৰিছিল নীৰজে?

দুগুণ বৃদ্ধি পালে গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা

দুগুণ বৃদ্ধি পালে গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা

মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ

মন্ত্ৰী পীযুষ হাজৰিকা ক'ভিড পজিটিভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8