• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিশ্বৰ সৰ্ব্ববৃহৎ নদীদ্বীপ মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন

Manoranjan Majumder by Manoranjan Majumder
February 4, 2021
in অসম, সংবাদ
1 min read
0
sonowal
Share on FacebookShare on Twitter

মাজুলীবাসীলৈ সুখবৰ ৷

বুধবাৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক বিশ্ববিদ্যালয় শুভাৰম্ভ কৰে ৷

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে মাজুলীৰ সত্ৰীয়া সংস্কৃতি, জনগোষ্ঠীয় সংস্কৃতিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সংস্কৃতিৰ গৱেষণাৰ মাধ্যমেৰে বিশ্বদৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব বুলি শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ৷

ইয়াৰোপৰি মাজুলীৰ যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী  সোণোৱালে জিলাখনত ‘নৱৰূপত স্বয়ম’ আঁচনিৰ শুভাৰম্ভ কৰে।

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে যুৱ হিতাধিকাৰীসকলক ব্যৱসায়-বাণিজ্য আৰম্ভ কৰাৰ বাবে আৰ্থিক অনুদান প্ৰদান কৰে।

আৰু মুখ্যমন্ত্ৰীয়ে মাজুলী জিলাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

Tags: Assam Govt.Himanta Biswa SarmaSarbananda Sonowal
Previous Post

মেট নাৰ্ছাৰীৰ প্ৰশিক্ষণ প্ৰদান অসমৰ কৃষকক

Next Post

দেশৰ ঋণী ৰাজ্যৰ দ্বিতীয় শীৰ্ষত নাগালেণ্ড- পঞ্চদশ বিত্তীয় আয়োগ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
nagaland

দেশৰ ঋণী ৰাজ্যৰ দ্বিতীয় শীৰ্ষত নাগালেণ্ড- পঞ্চদশ বিত্তীয় আয়োগ

debabrata

আদালত অৱমাননাৰ ভয়ত পুনৰ দেৱব্ৰত শইকীয়াক ওভতাই দিলে বিৰোধী দলপতিৰ মৰ্যাদা

Fake Gold

নকল সোণ দি ২ কোটি টকাৰ ল'লে লোন; তাৰ পিছত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8