• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘দাদা’ বুলি নামাতিব, গ্ৰেপ্তাৰ হব পাৰে আপুনিও!

ছাৰ বুলি নমতাৰ বাবেই সাংবাদিকক অত্যাচাৰ ত্ৰিপুৰা আৰক্ষীৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
May 18, 2022
in সংবাদ, উত্তৰ পূৰ্বাঞ্চল
1 min read
0
‘দাদা’ বুলি নামাতিব, গ্ৰেপ্তাৰ হব পাৰে আপুনিও!
Share on FacebookShare on Twitter

দেশত সাংবাদিক নিগ্ৰহৰ ঘটনা নতুন কথা নহয়। এইবাৰ ত্ৰিপুৰাত পুনৰ আৰক্ষীৰ ৰোষৰ বলি হব লগা হ’ল সাংবাদিক৷ ছেটেলাইট নিউজ চেনেল ‘NE NEWS’ৰ সাংবাদিক নিতাই দে’ক গ্ৰেপ্তাৰ কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে আৰু এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
ত্ৰিপুৰা আৰক্ষীয়ে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসমতো৷ পূব আগৰতলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰিন্দম ৰয়ৰ ৰোষত পৰিছে সাংবাদিক নিতাই দে’৷ পেট্ৰ’ল-ডিজেলৰ নাটনি সন্দৰ্ভত সাংবাদিকগৰাকীয়ে কৰিছিল সংবাদ পৰিৱেশন৷ সংবাদ সংগ্ৰহ কৰাৰ সময়তে আৰক্ষী বিষয়া অৰিন্দম ৰয়ক ‘দাদা বুলি সম্বোধন কৰাৰ বাবে আটক কৰা হৈছিল নিতাই দে’ক৷
বৰ্তমান চিজেএম ক’ৰ্টত হাজিৰ কৰোৱা হৈছে সাংবাদিকগৰাকীক। আৰক্ষী চকীত সাংবাদিকগৰাকীক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে৷ ত্ৰিপুৰা আৰক্ষীৰ এই কাণ্ডক নিন্দা কৰিছে ‘অল ইণ্ডিয়া জাৰ্নেলিষ্ট ফেডাৰেচন’-এ৷ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদত সৰৱ হৈছে ‘অল ইণ্ডিয়া জাৰ্নেলিষ্ট ফেডাৰেচন’৷

Previous Post

অভিজিৎ অসম এক কাল্পনিক চৰিত্ৰ! অনুপ চেতিয়াৰ মন্তব্য

Next Post

১৫ দিনলৈ বৃদ্ধি নহয় শিলচৰ-গুৱাহাটী বিমান ভাড়া

Related Posts

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!
সংবাদ

অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!

June 7, 2023
Next Post
১৫ দিনলৈ বৃদ্ধি নহয় শিলচৰ-গুৱাহাটী বিমান ভাড়া

১৫ দিনলৈ বৃদ্ধি নহয় শিলচৰ-গুৱাহাটী বিমান ভাড়া

কংগ্ৰেছ দলৰ পৰা নিলম্বিত হ’ল প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকা

কংগ্ৰেছ দলৰ পৰা নিলম্বিত হ'ল প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকা

সাৱধান! বজাৰৰ পকা আম দেখি লোভ নকৰিব

সাৱধান! বজাৰৰ পকা আম দেখি লোভ নকৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8