• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

১৮ নহয় ১৬ বছৰতে বিয়াত বহিব পাৰিব যুৱতী!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 20, 2022
in সংবাদ, ৰাষ্ট্ৰীয়
1 min read
0
১৮ নহয় ১৬ বছৰতে বিয়াত বহিব পাৰিব যুৱতী!
Share on FacebookShare on Twitter

১৬ বছৰ বয়সতে বিয়াত বহিব পাৰিব যুৱতী। অৱশ্যে সকলো ধৰ্মীয় ছোৱালীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব। কেৱল মুছলমান ছোৱালীয়েহে ১৬ বছৰ বয়সতে নিজ ইচ্ছানুসৰি দৰা বিচাৰিব পাৰিব। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ এক ৰায়দানত এই কথা প্ৰকাশ পাইছে। এক গোচৰৰ ৰায়দান কৰি দুয়োখন ৰাজ্যৰ উচ্চ ন্যায়ালয়ে ১৬ বছৰ হোৱাৰ পিছতে মুছলমান সম্প্ৰদায়ৰ ছোৱালীয়ে নিজৰ পচন্দ অনুসৰি দৰা বিচাৰি ইছলামিক নিয়মেৰে বিবাহ কাৰ্য সম্পাদন কৰিব পাৰিব বুলি কোৱা হৈছে। এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ আৱেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰা হৈছে।

উল্লেখ্যে যে আৱেদনকাৰী ১৬ বছৰীয়া কিশোৰী গৰাকীয়ে ২১ বছৰীয়া এজন যুৱকৰ লগত প্ৰেম কৰি বিবাহপাশত আবদ্ধ হয়। যোৱা ৮ জুনত দুয়োৰ ধৰ্মীয় নীতি নিয়ম অনুসৰি বিবাহ কাৰ্য সম্পন্ন হৈ যায় যদিও পৰিয়ালৰ সদস্যসকলে আপত্তি কৰে। পৰিয়ালৰ লোকসকলে কিশোৰী গৰাকীৰ বয়স ১৮ বছৰ নোহোৱাৰ বাবে এই বিয়াত সমৰ্থন নজনোৱাত নৱ বিবাহিত দম্পত্তি হালে ন্যায়ালয়ৰ কাষ চাপে। তেওঁলোকৰ আৱেদনৰ ভিত্তিতে শুনানি গ্ৰহণ কৰি পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জশজিৎ সিং বেদীয়ে কয় যে- আবেদনকাৰীৰ পত্নীৰ বয়স ১৬ বছৰ। মুছলিম আইন অনুসৰি, তেওঁ বিবাহযোগ্য। গতিকে এই বিবাহ বৈধ।

তদুপৰি ন্যায়াধীশ বেদীয়ে এই কথাও কয় যে, পৰিয়ালৰ ইচ্ছাৰ বিপৰীতে বিবাহ পাশত আৱদ্ধ হোৱাৰ বাবে দম্পত্তিহালক কেতিয়াও তেওঁলোকৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰি। এই ৰায় প্ৰদান কৰাৰ ক্ষেত্ৰত শ্বৰিয়ত আইনকো গুৰুত্ব দিয়া হৈছে। উল্লেখ্য যে ছাৰ দিনশ্বাহ ফাৰদুঞ্জি মোল্লাৰ ‘প্ৰিন্সিপলছ অৱ মহম্মদান ল’ নামৰ গ্ৰন্থৰ ধাৰা ১৯৫ অনুসৰি ১৬ বছৰতকৈ অধিক বয়সৰ ছোৱালীয়ে তেওঁৰ পচন্দৰ ব্যক্তিক বিয়া কৰাব পাৰে।

Previous Post

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি; জলসম্পদ বিভাগে বন্ধ কৰিলে খানাজানৰ পানীদুৱাৰ

Next Post

ৰাজ্যৰ বান পৰিস্থিতিক লৈ উপায়ুক্তসকলৰে মুখ্যমন্ত্ৰীৰ বৈঠক

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
পুৰস্কাৰ? আজি পুৱাই ৫ AIUDFৰ বিধায়কৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ

ৰাজ্যৰ বান পৰিস্থিতিক লৈ উপায়ুক্তসকলৰে মুখ্যমন্ত্ৰীৰ বৈঠক

চাফাই কৰ্মীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ‘এৰিডা’ৰ সুৰক্ষামূলক কিট বিতৰণ

চাফাই কৰ্মীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি 'এৰিডা'ৰ সুৰক্ষামূলক কিট বিতৰণ

শ্বহীদ উদ্যানৰ মাজেৰে দীপৰ বিললৈ বৈ আছে ডাম্পিং গ্ৰাউণ্ডৰ দূষিত পানী

শ্বহীদ উদ্যানৰ মাজেৰে দীপৰ বিললৈ বৈ আছে ডাম্পিং গ্ৰাউণ্ডৰ দূষিত পানী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8