• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাজ্যত ২৪ ঘন্টাত ক’ৰোনাই প্ৰাণ কাঢ়িলে ১১জনৰ, আক্ৰান্ত প্ৰায় ৭ হাজাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 18, 2022
in ৰাজনীতি, অসম, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
ৰাজ্যত ২৪ ঘন্টাত ক’ৰোনাই প্ৰাণ কাঢ়িলে ১১জনৰ, আক্ৰান্ত প্ৰায় ৭ হাজাৰ
Share on FacebookShare on Twitter

দেশত দৈনিক বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণ। ভাৰতত যোৱা এদিনতে প্ৰায় ২লাখ ৫৮হাজাৰ আক্ৰান্ত চিনাক্ত হৈছে। সমান্তৰালভাৱে বৃদ্ধি পাইছে চিকিৎসাধীন ৰোগীৰ সংখ্যাও। ক’ভিডৰ নতুন প্ৰকাৰ অ’মিক্ৰণৰ সংক্ৰমণে দেশজুৰি তীব্ৰ ৰূপ ধাৰণ কৰাৰ পাছত দেশৰ প্ৰায় সকলো প্ৰান্ততে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছ চৰকাৰ তথা প্ৰশাসন।

অসমতো অব্যাহত আছে ক’ৰোনাৰ দ্ৰুত সংক্ৰমণ। দৈনিক সংক্ৰমণ বৃদ্ধিৰ ঘটনাই অসমৰ স্বাস্থ্যখণ্ডলৈও সংকট কঢ়িয়াই আনিছে। সোমবাৰৰ দিনটোত অসমত পুনৰ ৬,৯৮২জন ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। ৰাজ্যত কৰা ৬৪,৯১৯টা ক’ভিড পৰীক্ষাত এইসকল আক্ৰান্ত চিনাক্ত হয়। সংক্ৰমণৰ হাৰ এতিয়া বৃদ্ধি হৈছে ১০.৭৫শতাংশলৈ। কামৰূপ মেট্ৰ’ত ১৪৯১জন আক্ৰান্ত চিনাক্ত হৈছে। তাৎপৰ্যপূৰ্ণভাৱে ক’ৰোনাত মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত ১১জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে। আনহাতে আৰোগ্যৰ হাৰ হৈছে ৯৫.১৮শতাংশ। ক’ৰোনাৰ দ্ৰুত সংক্ৰমণ তথা মৃত্যুৰ সংখ্যা বৃদ্ধিৰ ফলত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বাবেও উদ্বেগৰ কাৰণ হৈ পৰিছে।

Previous Post

আৰক্ষীয়ে দাখিল কৰিলে অনিমেষ ভূঞা হত্যাকাণ্ডৰ ৮৮০ পৃষ্ঠাৰ চাৰ্জশ্বিট

Next Post

আকৌ যদি লকডাউন হয়, আপুনি কি কৰিব ?

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
Next Post
আকৌ যদি লকডাউন হয়, আপুনি কি কৰিব ?

আকৌ যদি লকডাউন হয়, আপুনি কি কৰিব ?

BARCত অসমৰ যুৱ বিজ্ঞানী মৃদুস্মিতা শৰ্মা

BARCত অসমৰ যুৱ বিজ্ঞানী মৃদুস্মিতা শৰ্মা

ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে মুখ্যমন্ত্ৰীৰ অসম-মেঘালয় সীমা বিবাদ সম্পর্কীয় বাৰ্তালাপ

ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে মুখ্যমন্ত্ৰীৰ অসম-মেঘালয় সীমা বিবাদ সম্পর্কীয় বাৰ্তালাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8