• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

প্ৰধানমন্ত্ৰীৰ বাবে ১২ কোটি টকীয়া বিলাসী বাহন

নিউজ ডেস্ক by নিউজ ডেস্ক
December 29, 2021
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
প্ৰধানমন্ত্ৰীৰ বাবে ১২ কোটি টকীয়া বিলাসী বাহন
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী মোদী এজন অতি চৌখিন লোক। গুজৰাটৰ মুখ্যমন্ত্ৰী হৈয়েই তেওঁ বুলেটপ্ৰুফ মহিন্দ্ৰা স্কৰ্পিঅ’ত ঘূৰা-ফুৰা কৰিছিল। বৰ্তমান তেওঁৰ নিৰাপত্তাৰ বাবে ১২ কোটি টকীয়া এখন বাহন ক্ৰয় কৰিছে। বিগত কিছু বৰ্ষৰ পৰা ভাৰতৰ নিৰাপত্তা দিশটোৰ ক্ষেত্ৰত যথেষ্ট ব্যয় কৰা দেখা গৈছে। তাৰেই অংশ হিচাপে প্ৰধানমন্ত্ৰীৰ বিশেষ সুৰক্ষা বাহিনী তথা এচপিজিৰ জৰিয়তে অতি উচ্চ প্ৰযুক্তিৰ নিৰাপদ গাড়ীয়েই ক্ৰয় কৰা হৈছে।
শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে দুখনকৈ নতুন গাড়ী কিনিছে। মাৰ্চিডিজ মে’ বাখ এছ৬৫০ গাৰ্ড চিৰিজৰ গাড়ী দুখনৰ দাম প্ৰায় ১২ কোটি টকা বুলি জানিব পৰা গৈছে। অৰ্থাৎ গাড়ী দুখনৰ নামত মুঠ ২৪ কোটি টকা খৰচ কৰা হৈছে।
অত্যাধুনিক প্ৰযুক্তিৰ গাড়ীখন ক’লা ৰঙৰ।গ্লাচসমূহো ক’লা ৰঙৰ। এই গাড়ীখনে প্ৰধানমন্ত্ৰীয়ে বিচৰা ধৰণে সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰিব।
যিকোনো ধৰণৰ গুলী এই গাড়ীখনে প্ৰতিহত কৰিব পাৰে। দুই মিটাৰ দূৰত্বত অতি শক্তিশালী বোমা বিস্ফোৰ ঘটিলেও গাড়ীখনৰ কোনো ক্ষতি নহয়।
ৰাতিৰ আন্ধাৰত দূৰৰ বস্তুও সহজেই চিনাক্ত কৰি ল’ব পাৰে গাড়ীখনে। গাড়ীৰ পাছফালেও আছে এয়াৰবেগ সুৰক্ষা। আনকি চিট বেল্টডালে যাতে বুকুৰ ওপৰত অতিৰিক্ত হেচা নিদিয়ে, তাৰ বাবেও বেল্টৰ ভিতৰত এয়াৰবেগৰ ব্যৱস্থা কৰা হৈছে।
সাধাৰণতে উন্নত দেশসমূহৰ ৰাষ্ট্ৰপ্ৰধানসকলে এই গাড়ীখন ব্যৱহাৰ কৰি আহিছে। নিৰাপত্তাৰ ক্ষেত্ৰত এই গাড়ীখনইে আটাইতকৈ উৎকৃষ্ট বুলি বিবেচনা কৰা হয়।

Previous Post

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ নিম্নতম দৰমহা হ’ব পাৰে ২৬ হাজাৰ টকা

Next Post

নৱবৰ্ষৰ প্ৰাকমুহুৰ্তত কঠোৰ হ’ব মহানগৰৰ প্ৰশাসন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নৱবৰ্ষৰ প্ৰাকমুহুৰ্তত কঠোৰ হ’ব মহানগৰৰ প্ৰশাসন

নৱবৰ্ষৰ প্ৰাকমুহুৰ্তত কঠোৰ হ'ব মহানগৰৰ প্ৰশাসন

আজিৰে পৰা আৰম্ভ হ’ল অসম গ্ৰন্থ মেলা

আজিৰে পৰা আৰম্ভ হ'ল অসম গ্ৰন্থ মেলা

নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ নহয় AFSPA

নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ নহয় AFSPA

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8