• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সংসদৰ বৰ্ষাকালীন অধিৱেশনত কংগ্ৰেছৰ ৪ সদস্যক নিলম্বন

নিউজ ডেস্ক by নিউজ ডেস্ক
July 25, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
সংসদৰ বৰ্ষাকালীন অধিৱেশনত কংগ্ৰেছৰ ৪ সদস্যক নিলম্বন
Share on FacebookShare on Twitter

সংসদৰ বৰ্ষাকালীন অধিৱেশনত বিৰোধীয়ে বিভিন্ন বিষয়ৰ বিৰোধীতা কৰি প্ৰতিবাদ সাৱ্যস্ত কৰি অহা বিৰোধী সাংসদৰ ওপৰত আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰে।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংসদত বিৰোধীতা কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে কংগ্ৰেছৰ একাংশই নেতাই হুলুস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৪ গৰাকী কংগ্ৰেছ সদস্যক নিলম্বন কৰে।

নিলম্বিত সাংসদসকল হ’ল- মণিকম ঠাকুৰ, জোতিমণি, ৰম্যা হৰিদাস আৰু টিএন প্ৰতাপন। নিলম্বিত সদস্য সকলে গান্ধী প্ৰতিমাৰ ওচৰত বিৰোধ প্ৰদৰ্শন কৰি আছিল। এই সদস্য সকলৰ প্ৰতিবাদকৰ বাবে সংসদৰ কাম কাজত বাধা আহি পৰিছিল যাৰ বাবে তেওঁলোকক নিলম্বন কৰা হয়।

Previous Post

ৰিণিকি ভূঞা শৰ্মাই দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ ওপৰত তৰা মানহানি গোচৰত স্থগিতাদেশ আদালতৰ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

মানসিক হাৰাশাস্তিৰ বলি হৈছে লাভলীনা! টুইটযোগে উজাৰিলে ক্ষোভ

মানসিক হাৰাশাস্তিৰ বলি হৈছে লাভলীনা! টুইটযোগে উজাৰিলে ক্ষোভ

স্কুল বাছ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ চিচি কেমেৰা, GPS, ছাইৰেন বাধ্যতামূলক!

স্কুল বাছত CCTV কেমেৰা স্থাপন কৰাটো বাধ্যতামূলক! পৰিবহণ বিভাগৰ নিৰ্দেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8