• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মহাবীৰ লাচিত বৰফুকনৰ ৪০০বছৰীয়া জন্মজয়ন্তীৰ শুভাৰম্ভ

মাৰ্চ পাষ্ট, বাটৰ নাট “মহানায়ক লাচিত” পৰিবেশন

নিউজ ডেস্ক by নিউজ ডেস্ক
November 19, 2022
in ৰাজনীতি, অসম, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
মহাবীৰ লাচিত বৰফুকনৰ ৪০০বছৰীয়া জন্মজয়ন্তীৰ শুভাৰম্ভ
Share on FacebookShare on Twitter

অসমৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত বীৰ সেনানায়ক লাচিত বৰফুকনৰ দেশপ্ৰেমবোধ তথা বীৰত্বৰ প্ৰচাৰ আৰু প্ৰসাৰৰ যি প্ৰচেষ্টা চলিছে তাৰ লগত সঙ্গতি ৰাখি আজি কামৰূপ মহানগৰ জিলাত মহাবীৰ গৰাকীৰ ৪০০বছৰীয়া জন্মজয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে খানাপাৰাৰ পৰা জনতা ভৱনলৈ আৰক্ষী, সেনাবাহিনী, এন চি চি আদিৰ সহযোগত এক বৃহৎ মাৰ্চ পাষ্ট উলিওৱাৰ লগতে এখন বাটৰ নাট পৰিবেশন কৰা হয়। আৰক্ষী আয়ুক্ত হৰমিৎ সিঙৰ নেতৃত্বত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই পতাকা জোকাৰি এই মাৰ্চ পাষ্ট মুকলি কৰে ৷

মাৰ্চ পাষ্টৰ পূর্বে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জিলা পৰিবহণ বিভাগৰ সহযোগত বীৰজনাৰ দেশপ্রেমৰ চানেকিৰ প্ৰতি সন্মান জনাই বাটৰ নাট “মহানায়ক লাচিত” পৰিবেশন কৰে। ইয়াৰ পূৰ্বে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মহানায়ক লাচিতৰ দেশপ্ৰেম আৰু বিৰল আদৰ্শৰ দৃষ্টান্ত ৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়াই নিয়াৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সহযোগিতা আগবঢ়াই আজি জন্ম জয়ন্তী কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ কথা উল্লেখ কৰি উপস্থিত সকলোকে আদৰণি জনায় সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে ৷ ইফালে “দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি কতৰ্ব্যত অবহেলা কৰা মোমায়েকৰ শিৰচ্ছেদ কৰি লাচিত বৰফুকনে নৰীয়া গাৰে যুদ্ধত অবতীৰ্ণ হৈ মোগলৰ পৰা অসম মাতৃক উদ্ধাৰ কৰাৰ বীৰত্বৰ নিদৰ্শন সকলো স্তৰৰ ৰাইজৰ মাজলৈ আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা বুলি সকলোকে অবগত কৰে। উল্লেখ্য যে, পৰিবহণ বিভাগৰ আমন্ত্ৰণক্ৰমে “পঞ্চসুৰ”এ পৰিবেশন কৰা “মহানায়ক লাচিত” নাটকৰ ৰচনা ৰশ্মিৰেখা শইকীয়া আৰু প্ৰবীন শইকীয়াৰ, পৰিচালনা প্ৰবীন শইকীয়াৰ ৷

Previous Post

ৰাজ্যজুৰি দুৰ্যোগ প্ৰশমনৰ যৌথ আখৰা প্ৰথম NDRF বাহিনীৰ

Next Post

ড০ হীৰেণ গোহাঁইলৈ ‘প্ৰজ্ঞা সাধক’ উপাধি

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati
উত্তৰ পূৰ্বাঞ্চল

Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
Next Post
ড০ হীৰেণ গোহাঁইলৈ ‘প্ৰজ্ঞা সাধক’ উপাধি

ড০ হীৰেণ গোহাঁইলৈ 'প্ৰজ্ঞা সাধক' উপাধি

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8