• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মহিলা শিপিনীক সৱলীকৰণৰ লক্ষ্যৰে বোৱা – কটা সমবায় সমিতিক চাৰি কোটি টকাৰ অনুদান

নিউজ ডেস্ক by নিউজ ডেস্ক
December 4, 2022
in ৰাজনীতি, গুৱাহাটী, সংবাদ
1 min read
0
মহিলা শিপিনীক সৱলীকৰণৰ লক্ষ্যৰে বোৱা – কটা সমবায় সমিতিক চাৰি কোটি টকাৰ অনুদান
Share on FacebookShare on Twitter

পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক, সদৌ অসম হস্ততাঁত সমবায় সন্থাৰ সভাপতি ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিটোৰ শিপিনী মহিলা সকলক সৱলীকৰণ কৰি তেওঁলোক যাতে আৰ্থিকভাবে স্বাৱলম্বী হব পাৰে তাৰ বাবে হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ অধীনত বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ইয়াৰ অংশ হিচাপে ৩ডিচেম্বৰত সমষ্টিটোৰ দুখীয়া মহিলা শিপিনীৰ উন্নয়নৰ হকে কাম কৰি অহা বৰঝাৰ সৰু আগছিয়া প্ৰাথমিক বোৱা – কটা সমবায় সমিতি লিমিটেড আৰু বৰাগাঁও গোটানগৰ বোৱা – কটা সমবায় সমিতিক দুই কৌটিকৈ মুঠ চাৰি কোটি টকাৰ আৰ্থিক অনুদানৰ পত্ৰ প্রদান কৰা হয়। ভাৰত চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰণালয়ৰ অধীনৰ উন্নয়ন আয়ুক্তৰ জৰিয়তে লাভ কৰা এই অনুদান পত্ৰ প্ৰদান কৰা উপলক্ষে সাউকুছিস্থিত প্ৰগতিশীল সংঘৰ সভাগৃহত আজি বিয়লি অনুষ্ঠিত এক অনুষ্ঠানত দুয়োখন সমিতিক এই অনুদান পত্ৰ প্ৰদান কৰা হয়।

এই উপলক্ষে বৰঝাৰ সৰু আগছিয়া প্ৰাথমিক বোৱা কটা সমবায় সমিতিৰ সম্পাদিকা গীতা মণ্ডল ডেকাই আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চমু ভাষণত আঁচনিৰ ধনৰ সদব্যৱহাৰৰে হিতাধিকাৰী মহিলা শিপিনী সকলৰ উৎপাদিত সামগ্ৰীয়ে যাতে দেশ – বিদেশৰ বজাৰ দখল কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস, আৰ্টফেডৰ প্ৰাক্তন পৰিচালন সঞ্চালক নৰেন্দ্ৰ নাথ ৰাণা পাটগিৰী, ভাৰত চৰকাৰৰ গুৱাহাটীস্থিত শিপিনী সেৱা কেন্দ্ৰৰ সহকাৰী সঞ্চালক সৰ্বেশ্বৰ দাস, অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালক লিলি কান্ত শৰ্মা, হিচাপ পৰীক্ষক দ্বীপ ডেকা, অগপৰ কেন্দ্ৰিক সম্পাদক সুভাষ শৰ্মা উপস্থিত থাকে। উল্লেখযোগ্য যে দুয়োখন সমিতিৰ অধীনত ইয়াৰ দ্বাৰা প্ৰায় ৪০০ মহিলা শিপিনী পোনপটীয়াকৈ উপকৃত হব। তেওঁলোকৰ প্ৰশিক্ষণ, উৎপাদন, তাঁতশালৰ যোগান আদি এই আঁচনিয়ে সামৰি লব।

Previous Post

দীপৰ বিলৰ পাৰত পতিত মাটিত সেউজ বিপ্লব গঢ়াত ব্যস্ত এজাক ডেকা

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

হিজাব পৰিধান নকৰাৰ বাবেই গৃহ উচ্ছেদ খেলুৱৈৰ!

হিজাব পৰিধান নকৰাৰ বাবেই গৃহ উচ্ছেদ খেলুৱৈৰ!

প্ৰথমবাৰৰ বাবে ভাৰতীয় নৌসেনাত নিযুক্তি দিয়া হ’ব মহিলাক

প্ৰথমবাৰৰ বাবে ভাৰতীয় নৌসেনাত নিযুক্তি দিয়া হ'ব মহিলাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8