• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নামনিৰ বাবে এক ঐতিহাসিক দিনঃ মুকলি হ’ল নিউ ময়নাগুৰি-যোগীঘোপা ৰে’ল পথ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 18, 2022
in ৰাজনীতি, অসম, সংবাদ
1 min read
0
নামনিৰ বাবে এক ঐতিহাসিক দিনঃ মুকলি হ’ল নিউ ময়নাগুৰি-যোগীঘোপা ৰে’ল পথ
Share on FacebookShare on Twitter

নামনিৰ ৰে’ল মানচিত্রত সংযোগ ঘটিল এটা বৃহত্তৰ অঞ্চল। ইয়াৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলৰ ৰে’ল সংযোগৰ বাবে আহি গ’ল বিকল্প ৰে’লপথ। কাৰণ ইমান দিনে উত্তৰ পূৰ্বাঞ্চললৈ কোচবিহাৰ আলিপুৰ হৈ শ্ৰীৰামপুৰ গোসাইগাঁও হৈ আছিল মাত্ৰ এটাই ৰে’লপথ। কিন্তু আজিৰে পৰা কোচবিহাৰৰ পৰা গৌৰীপুৰ অভয়াপুৰী হৈ গুৱাহাটীলৈ মুকলি হ’ল নতুন এটা ৰে’ল পথ।
নিউ ময়নাগুৰি-যোগীঘোপা ৰে’ল পথ নিৰ্মাণৰ দাবীত সুদীৰ্ঘ ২৭ বছৰ পূৰ্বে আৰম্ভ হৈছিল এই আন্দোলনৰ। ইয়াৰ মাজতে প্ৰায় দহ বছৰ পূৰ্বে নিউ কোচবিহাৰৰ পৰা গৌৰীপুৰলৈ এই ৰে’লপথৰ সংযোগ হৈছিল যদিও গৌৰীপুৰৰ পৰা বিলাসীপাৰা হৈ অভয়াপুৰীলৈ ৰে’লপথ নিৰ্মাণৰ কাম স্থবিৰ হৈ পৰিছিল। পৰৱৰ্তী সময়ত ৰে’লপথ দাবী সমিতিয়ে এই ৰে’লপথ নিৰ্মাণৰ কাম দ্ৰুতগতিত কৰাৰ বাবে ঊৰ্ধ্বতম কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে বিভিন্ন ধৰণৰ আন্দোলন কৰিবলগীয়া হৈছিল। সুদীৰ্ঘ ২৭ বছৰ অপেক্ষাৰ অন্তত আজি সেই ঐতিহাসিক দিনৰ সাক্ষী হ’ল অঞ্চলবাসী। আজি প্ৰথমবাৰৰ বাবে নিউ কোচবিহাৰৰ পৰা অভয়াপুৰীলৈ চলিল মালবাহী ৰে’ল। উক্ত ৰে’লক আদৰিবলৈ গৌৰীপুৰ ৰে’ল ষ্টেচনত দেখা গল অজস্র জনতাৰ ভিৰ। গৌৰীপুৰ ষ্টেচনত ৰে’ল আহি পোৱাৰ লগে লগে ৰে’লৱে দাবী সমিতিয়ে উষ্ম আদৰণি জনালে ৰেল চালক, গাৰ্ডকে ধৰি সমূহ কৰ্মচাৰীক।

Previous Post

ছেবাৰ কাৰ্যালয়ৰ সন্মুখত টেট উত্তীৰ্ণৰ আত্মজাহৰ হুংকাৰ

Next Post

কণ্টেইনমেণ্ট জ’নত পৰিণত হ’ল গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কণ্টেইনমেণ্ট জ’নত পৰিণত হ’ল গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল

কণ্টেইনমেণ্ট জ'নত পৰিণত হ'ল গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল

পি এম কেয়াৰ্ছ ফাণ্ডৰ ৱেবচাইটৰ পৰা আতৰিব নৰেন্দ্ৰ মোডীৰ ফটো, নাম!

পি এম কেয়াৰ্ছ ফাণ্ডৰ ৱেবচাইটৰ পৰা আতৰিব নৰেন্দ্ৰ মোডীৰ ফটো, নাম!

যুদ্ধ জাহাজ আই এন এছ ৰণবীৰত বিস্ফোৰণঃ নিহত ৩

যুদ্ধ জাহাজ আই এন এছ ৰণবীৰত বিস্ফোৰণঃ নিহত ৩

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8