• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ মাজতে AAPৰ তীব্ৰ প্ৰতিবাদ

নিউজ ডেস্ক by নিউজ ডেস্ক
April 28, 2022
in ৰাজনীতি, অসম, গুৱাহাটী
1 min read
0
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ মাজতে AAPৰ তীব্ৰ প্ৰতিবাদ
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়তে মূল্যবৃদ্ধিক লৈ দিছপুৰত তীব্ৰ প্ৰতিবাদ জনালে আম আদমী পাৰ্টীয়ে।
ইন্ধন, অত্যাৱশ্যকীয় সামগ্ৰী আদিৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ দলটোৰ। প্ৰতিবাদস্থলীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষীৰ প্ৰতিবাদকাৰীৰ লগত হতাহতি। প্ৰতিবাদত লিপ্ত হোৱাসকলক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বুলি জানিব পৰা গৈছে।

যি সময়ত প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে গুৱাহাটীত সাধাৰণ ৰাইজৰ বাবে বাছ পাবলৈ নাই, সেইসময়ত কিন্তু গণতান্ত্ৰিক ভাবে মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আম আদমি পাৰ্টীৰ সদস্য সকলক আটক কৰি উঠাই নিবলৈ বাছৰ অভাৱ নাই।

যেতিয়াই বিজেপিয়ে ভয় পায়, তেতিয়াই বিজেপিয়ে প্ৰশাসনক ব্যৱহাৰ কৰে। pic.twitter.com/LS7Ly4XNTq

— AAP Assam (@AAP4Assam) April 28, 2022

পেট্ৰ’লত লাগিছে জুই প্ৰধানমন্ত্ৰী আছে শুই
ঔষধত লাগিছে জুই প্ৰধানমন্ত্ৰী আছে শুই শ্ল’গান AAPৰ।

Previous Post

দেশত ২৪ ঘণ্টাত ১২.৮% বৃদ্ধিৰ সৈতে ৩,৩০৩ জন লোক আক্ৰান্ত

Next Post

ডিব্ৰুগড়ত কেঞ্চাৰ হাস্পতাল উদ্বোধনৰ বাবে ৰাওনা হ’ল প্ৰধানমন্ত্ৰী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ডিব্ৰুগড়ত কেঞ্চাৰ হাস্পতাল উদ্বোধনৰ বাবে ৰাওনা হ’ল প্ৰধানমন্ত্ৰী

ডিব্ৰুগড়ত কেঞ্চাৰ হাস্পতাল উদ্বোধনৰ বাবে ৰাওনা হ'ল প্ৰধানমন্ত্ৰী

বিশ্ব বিখ্যাত সংগ্ৰহালয়ত এতিয়াৰে পৰা থাকিব জাতিৰ স্বাভিমান গামোচা

বিশ্ব বিখ্যাত সংগ্ৰহালয়ত এতিয়াৰে পৰা থাকিব জাতিৰ স্বাভিমান গামোচা

বিমানকোঠত ‘ৱৰ্ল্ড ডে ফৰ চেফটি এণ্ড হেল্থ দিৱস’ উদযাপন

বিমানকোঠত 'ৱৰ্ল্ড ডে ফৰ চেফটি এণ্ড হেল্থ দিৱস' উদযাপন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8