• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুজৰাটৰ দুৰ্ঘটনা সন্দৰ্ভত বিজেপিক কঠোৰ সমালোচনা বিৰোধী দলৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 31, 2022
in ৰাজনীতি, ক্ৰাইম, ৰাষ্ট্ৰীয়
1 min read
0
গুজৰাটৰ দুৰ্ঘটনা সন্দৰ্ভত বিজেপিক কঠোৰ সমালোচনা বিৰোধী দলৰ
Share on FacebookShare on Twitter

গুজৰাটত ৰবিবাৰে সন্ধিয়া এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। গুজৰাটৰ মোৰবীৰ মচ্ছু নদীৰ ওপৰত থকা এখন দলং হঠাতেই খহি পৰে। প্ৰায় ৪০০ ৰো অধিক লোক সেই সময়ত দলং খনৰ ওপৰত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছিল প্ৰত্যক্ষদৰ্শীয়ে। নিশাৰে পৰাই চলাই যোৱা উদ্ধাৰ অভিযানৰ পাছত সোমবাৰে পুৱালৈ ৫০ জনৰো অধিক লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতকৰ ভিতৰত শিশু আৰু মহিলাৰ সংখ্যাই অধিক বুলিও জানিবলৈ পৰা গৈছে সংবাদ মাধ্যমৰ জৰিয়তে। আনহাতে, সন্দেহ কৰা হৈছে যে মৃতকৰ সংখ্যা ১৫০ জনৰো অধিক।

এই দুৰ্ঘটনাৰ বাবে বিজেপি চৰকাৰক লৈ সৰৱ হৈ উঠে বিৰোধী দলসমূহ। গুজৰাটৰ বিজেপি চৰকাৰৰ অৱহেলাৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলিও অভিযোগ উত্থাপন কৰে আম আদমি পাৰ্টীয়ে ।

উল্লেখ্য যে, প্ৰায় ১০০ বছৰতকৈও পুৰণি এই ওলমা দলং খন ২৫ অক্টোবৰত পুনৰ মুকলি কৰি দিয়া হৈছিল দীৰ্ঘদিনীয়া বিৰতিৰ মূৰত। তেনেস্থলত শাসনাধিষ্ঠ চৰকাৰৰ ওপৰত দলংখনৰ পুনৰ্নিমাণৰ দ্বায়িত্ব ন্যস্ত আছিল আৰু এই দুৰ্ঘটনাৰ পাছত চৰকাৰক প্ৰশ্ন কৰাটো স্বাভাৱিক।

সমাগত গুজৰাট বিধানসভা নিৰ্বাচন। গুজৰাটৰ আঞ্চলিক দল সমূহৰ ওপৰিও বিজেপি, কংগ্ৰেছ আৰু আম আদমি পাৰ্টীয়ে যুদ্ধ সদৃশ তৎপৰতাৰে অংশগ্ৰহণ কৰিছে নিৰ্বাচনী প্ৰচাৰত। হৃদয়বিদাৰক এই দুৰ্ঘটনাত ১৩০ জনৰো অধিক লোকৰ মৃত্যুক দলসমূহে নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে প্ৰচাৰত ব্যৱহাৰ কৰাটো হ’ব অত্যন্ত ঘৃণনীয়। 

Previous Post

CAA সন্দৰ্ভত আজি শুনানি উচ্চতম ন্যায়ালয়ত!

Next Post

বৰঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় ৬ জনকৈ যাত্ৰী

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
Next Post
গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

বৰঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় ৬ জনকৈ যাত্ৰী

তেলেংগানাত বিধায়ক ক্ৰয় কৰিবলৈ গৈ তিনি ব্যক্তি যাব লগা হ’ল কাৰাগাৰ

তেলেংগানাত বিধায়ক ক্ৰয় কৰিবলৈ গৈ তিনি ব্যক্তি যাব লগা হ'ল কাৰাগাৰ

আজি ৰাষ্ট্ৰীয় একতা দিৱসঃ গুৱাহাটীত ‘একতাৰ দৌৰ’ৰ আয়োজন

আজি ৰাষ্ট্ৰীয় একতা দিৱসঃ গুৱাহাটীত ‘একতাৰ দৌৰ’ৰ আয়োজন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8