BJP আৰু AAP এ ওৰে নিশা প্ৰতিবাস্থলীত পৰিণত কৰিলে দিল্লীৰ বিধানসভা চৌহদ। বিজেপিৰ বিৰুদ্ধে আম আদমী পাৰ্টিৰ নেতা-কৰ্মীয়ে প্ৰতিবাদ কৰাৰ বিপৰীতে আপৰ বিৰুদ্ধে বিজেপিৰ নেতা কৰ্মীয়ে কৰে প্ৰতিবাদী কাৰ্যসূচী। ওৰে নিশা প্ৰতিবাদ সাব্যস্ত দুয়োটা দলৰ।
দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত দুয়োটা ৰাজনৈতিক দলৰ। AAPৰ নেতা-কৰ্মীয়ে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ ওচৰত ধৰ্ণাত বহে, আনহাতে BJP বিধায়কসকলে বিধানসভা চৌহদৰ ভিতৰত শ্বহীদ-ই-আজম ভগত সিং, ৰাজ গুৰু আৰু সুখদেৱৰ প্ৰতিমূৰ্তিৰ ওচৰত ধৰ্ণাত বহে।