• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দিল্লী পৌৰ নিৰ্বাচনত পুনৰ AAPৰ জয়

নিউজ ডেস্ক by নিউজ ডেস্ক
December 7, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
দিল্লী পৌৰ নিৰ্বাচনত পুনৰ AAPৰ জয়
Share on FacebookShare on Twitter

বুধবাৰে ঘোষণা হ’ল দিল্লীৰ পৌৰ নিগম নিৰ্বাচনৰ ফলাফল। দিল্লীত পুনৰ বিজয় সাব্যস্ত কৰিলে আম আদমী পাৰ্টিয়ে।

পৌৰ নিগমৰ ২৫০ খন আসনৰ ১৩৪ খন আসন AAP, ১০৪ খন আসন বিজেপি, ৯ খন আসন কংগ্ৰেছ আৰু অন্যান্যই লাভ কৰে ৩ খনকৈ আসন। এই জয়ৰ পাছতেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে দিল্লীৰ ৰাইজে ১৫ বছৰে দুৰ্নীতিগ্ৰস্ত বিজেপি চৰকাৰক আঁতৰাবলৈ আৰু AAP চৰকাৰ গঠন কৰিবলৈ সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিছে। এইটো আপৰ বাবে এটা ডাঙৰ দায়িত্ব।

তেওঁ লগতে কয় যে, দিল্লীৰ মানুহে মোক দিল্লী পৰিষ্কাৰ কৰা, দুৰ্নীতি ৰোধ কৰা আদি বিভিন্ন দায়িত্ব দিছে। আপোনাৰ বিশ্বাস বজাই ৰাখিবলৈ মই দিন-ৰাতি কঠোৰ পৰিশ্ৰম কৰিম। মই দিল্লীৰ লোকসকলক অভিনন্দন জনাব বিচাৰো।

Previous Post

ৰঞ্জিত বৰা হত্যাকাণ্ডৰ দুই অভিযুক্তক দিছপুৰ আৰক্ষীৰ জেৰা

Next Post

আদানী প’ৰ্টৰ বিৰুদ্ধে ১৩০ দিন ধৰি অব্যাহত আছে প্ৰতিবাদ

Related Posts

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
আজি গান্ধী জয়ন্তী
ৰাজনীতি

আজি গান্ধী জয়ন্তী

October 2, 2023
অগ্নিবীৰত নিযুক্তি পোৱা অসমৰ ১৭৫ জন NCC কেডেটক সম্বৰ্দ্ধনা জনালে মন্ত্ৰী নন্দিতা গাৰ্লচাই
ৰাজনীতি

অগ্নিবীৰত নিযুক্তি পোৱা অসমৰ ১৭৫ জন NCC কেডেটক সম্বৰ্দ্ধনা জনালে মন্ত্ৰী নন্দিতা গাৰ্লচাই

September 30, 2023
উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত ভাৰ্ছুৱেলী উদ্বোধন কৰিলে ৫ জি অভিজ্ঞতা কেন্দ্ৰ
প্ৰযুক্তি

উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত ভাৰ্ছুৱেলী উদ্বোধন কৰিলে ৫ জি অভিজ্ঞতা কেন্দ্ৰ

September 29, 2023
উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত উদ্বোধন কৰিব ৫ জি অভিজ্ঞতা কেন্দ্ৰ
ৰাজনীতি

উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত উদ্বোধন কৰিব ৫ জি অভিজ্ঞতা কেন্দ্ৰ

September 28, 2023
পুনৰ অশান্ত মণিপুৰঃ কৰ্তন ইণ্টাৰনেট, বন্ধ শিক্ষানুষ্ঠান
ৰাজনীতি

পুনৰ অশান্ত মণিপুৰঃ কৰ্তন ইণ্টাৰনেট, বন্ধ শিক্ষানুষ্ঠান

September 27, 2023
Next Post
আদানী প’ৰ্টৰ বিৰুদ্ধে ১৩০ দিন ধৰি অব্যাহত আছে প্ৰতিবাদ

আদানী প'ৰ্টৰ বিৰুদ্ধে ১৩০ দিন ধৰি অব্যাহত আছে প্ৰতিবাদ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

লখিমপুৰৰ ম’হঘূলিত যুৱকৰ আক্রমণত আহত ৪ জন

লখিমপুৰৰ ম’হঘূলিত যুৱকৰ আক্রমণত আহত ৪ জন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8