• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কেন্দ্ৰীয় প্ৰকল্প সমূহত প্ৰায় ৪.৬৬ লাখ কোটি টকাৰ লোকচান!

নিউজ ডেস্ক by নিউজ ডেস্ক
January 23, 2023
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
কেন্দ্ৰীয় প্ৰকল্প সমূহত প্ৰায় ৪.৬৬ লাখ কোটি টকাৰ লোকচান!
Share on FacebookShare on Twitter

ড০ মনমোহন সিঙৰ UPA আমোলৰ দৰে শেহতীয়াকৈ NDAৰ মোডী আমোলতো বহু কেন্দ্ৰীয় প্ৰকল্প ৰূপায়ণত অযথা বিলম্ব হোৱাৰ তথ্য প্ৰকাশ পাইছে কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰ্যালয়ৰ শেহতীয়া প্ৰতিবেদনত। কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে ১,৫১৪ টা কেন্দ্ৰীয় প্ৰকল্পৰ ৫১ শতাংশ প্ৰকল্প ৰূপায়ণত বিল্ব হৈছে, যাৰ বাবে দেশৰ লোকচান হৈছে ৪.৬৬ লাখ কোটি টকা। এই ধন মূল ব্যয়ৰ ২১.৯৯ শতাংশ। এইয়া হৈছে ১,৫১৪টা প্ৰকল্পৰ নিৰ্ধাৰিত ব্যয়। 

পৰিৱেশ মন্ত্ৰ্যালয়ৰ সেউজ সংকেত নোপোৱাৰ বাবেই এই প্ৰকল্পসমূহ ৰূপায়ণত বিলম্ব হোৱা বুলি কোৱা হৈছে যদিও বহু ক্ষেত্ৰত ৰাজ্যসমূহৰ আইন-শৃংখলা সমস্যাও এই বিলম্বৰ কাৰণ, তদুপৰি কোৰোনা সৃষ্ট লকডাউনৰ বাবেও বহু প্ৰকল্প ৰূপায়ণত আহি পৰিছিল জটিলতা।

বিলম্বিত ১,৫১৪টা প্ৰকল্পৰ ভিতৰত আছে অসমৰ ৫২টা কেন্দ্ৰীয় প্ৰকল্প। এই প্ৰকল্পকেইটাৰ নিৰ্ধাৰিত ব্যয় হ’ল ৪৯ হাজাৰ কোটি টকা। ইতিমধ্যে এই প্ৰকল্পৰ ব্যয় ৫২ হেজাৰ কোটি টকালৈ বৃদ্ধি পাইছে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

শৰাইঘাট দলঙত দুৰ্ঘটনা

Related Posts

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
আজি গান্ধী জয়ন্তী
ৰাজনীতি

আজি গান্ধী জয়ন্তী

October 2, 2023
অগ্নিবীৰত নিযুক্তি পোৱা অসমৰ ১৭৫ জন NCC কেডেটক সম্বৰ্দ্ধনা জনালে মন্ত্ৰী নন্দিতা গাৰ্লচাই
ৰাজনীতি

অগ্নিবীৰত নিযুক্তি পোৱা অসমৰ ১৭৫ জন NCC কেডেটক সম্বৰ্দ্ধনা জনালে মন্ত্ৰী নন্দিতা গাৰ্লচাই

September 30, 2023
উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত ভাৰ্ছুৱেলী উদ্বোধন কৰিলে ৫ জি অভিজ্ঞতা কেন্দ্ৰ
প্ৰযুক্তি

উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত ভাৰ্ছুৱেলী উদ্বোধন কৰিলে ৫ জি অভিজ্ঞতা কেন্দ্ৰ

September 29, 2023
উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত উদ্বোধন কৰিব ৫ জি অভিজ্ঞতা কেন্দ্ৰ
ৰাজনীতি

উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত উদ্বোধন কৰিব ৫ জি অভিজ্ঞতা কেন্দ্ৰ

September 28, 2023
পুনৰ অশান্ত মণিপুৰঃ কৰ্তন ইণ্টাৰনেট, বন্ধ শিক্ষানুষ্ঠান
ৰাজনীতি

পুনৰ অশান্ত মণিপুৰঃ কৰ্তন ইণ্টাৰনেট, বন্ধ শিক্ষানুষ্ঠান

September 27, 2023
Next Post
গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

শৰাইঘাট দলঙত দুৰ্ঘটনা

পাণ্ডুনাথ দেৱালয়ত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপনৰ আয়োজন

পাণ্ডুনাথ দেৱালয়ত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপনৰ আয়োজন

কুমাৰপাৰাত ভগৱানী দেৱী মৌৰ চেৰিটেবল ট্ৰাষ্টৰ বিনামূলীয়া এম্বুলেন্স সেৱা আৰম্ভ

কুমাৰপাৰাত ভগৱানী দেৱী মৌৰ চেৰিটেবল ট্ৰাষ্টৰ বিনামূলীয়া এম্বুলেন্স সেৱা আৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8