• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সংস্কৃতক ৰাষ্ট্ৰভাষা কৰাৰ দাবী অভিনেত্ৰী কংগনা ৰাণাৱটৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
April 30, 2022
in ৰাজনীতি, মনোৰঞ্জন, ৰাষ্ট্ৰীয়
1 min read
0
সংস্কৃতক ৰাষ্ট্ৰভাষা কৰাৰ দাবী অভিনেত্ৰী কংগনা ৰাণাৱটৰ
Share on FacebookShare on Twitter

‘সংস্কৃত ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হ’ব লাগে’ এই দাবী বিতৰ্কিত অভিনেত্ৰী কংগনা ৰাণাৱটৰ। ‘মই কওঁ যে সংস্কৃত আমাৰ ৰাষ্ট্ৰীয় ভাষা হ’ব লাগে, হিন্দী, জাৰ্মানী, ইংৰাজী, ফৰাচীৰ দৰে ভাষা, এই সকলোবোৰ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। আমাৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে সংস্কৃত কিয় নাই? বিদ্যালয়সমূহত সংস্কৃত কিয় বাধ্যতামূলক নহয়, মই সেইটো নাজানো’ কংগণাই এইদৰে মন্তব্য কৰে৷

‘হিন্দী আমাৰ ৰাষ্ট্ৰভাষা আছিল, ৰাষ্ট্ৰভাষা হয় আৰু সদায় ৰাষ্ট্ৰভাষা হৈ থাকিব’ বুলি তাৰকা অভিনেতা দেৱগনে কৰা মন্তব্যৰ সমৰ্থন কৰি কংগণাই কয় যে, হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে অস্বীকাৰ কৰাটোৱে সংবিধানক অস্বীকাৰ কৰিছে। ‘আজি দেশৰ ভিতৰত আমি ইংৰাজীক যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আছোঁ। সংবিধান অনুসৰি হিন্দী হৈছে ৰাষ্ট্ৰীয় ভাষা’ তেওঁ কয়।

.@KicchaSudeep मेरे भाई,
आपके अनुसार अगर हिंदी हमारी राष्ट्रीय भाषा नहीं है तो आप अपनी मातृभाषा की फ़िल्मों को हिंदी में डब करके क्यूँ रिलीज़ करते हैं?
हिंदी हमारी मातृभाषा और राष्ट्रीय भाषा थी, है और हमेशा रहेगी।
जन गण मन ।

— Ajay Devgn (@ajaydevgn) April 27, 2022

কানাড়া অভিনেতা কিচ্চা সুদীপে কৈছিল যে, হিন্দী কেতিয়াও ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা নহয়। হিন্দীত লিখা এটা টুইটত দেৱগণে সুদীপক টেগ কৰি কয়, ‘ভাই, যদি আপোনাৰ মতে হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয় তেন্তে আপুনি আপোনাৰ চিনেমাবোৰ হিন্দীত ডাব কৰি কিয় মুকলি কৰে? হিন্দী আমাৰ মাতৃভাষা আৰু ৰাষ্ট্ৰীয় ভাষা আৰু সদায় ৰাষ্ট্ৰভাষা হৈ থাকিব।’

উল্লেখ্য যে, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই, কংগ্ৰেছ নেতা সিদাৰামাইয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে সুদীপক তেওঁৰ মন্তব্যৰ বাবে সমৰ্থন জনাইছিল।

Previous Post

টীয়কত উপস্থিত হ’ল টীম গংগা

Next Post

৬.৩০বজালৈ ইন্টাৰনেট বন্ধ ঘোষণা পাঞ্জাৱ চৰকাৰৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
৬.৩০বজালৈ ইন্টাৰনেট বন্ধ ঘোষণা পাঞ্জাৱ চৰকাৰৰ

৬.৩০বজালৈ ইন্টাৰনেট বন্ধ ঘোষণা পাঞ্জাৱ চৰকাৰৰ

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

ম’বাইল চলাব নজনাৰ বাবেই বিহপুৰীয়াত শিক্ষকৰ আত্মহত্যা!

ম'বাইল চলাব নজনাৰ বাবেই বিহপুৰীয়াত শিক্ষকৰ আত্মহত্যা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8