• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাহুল গান্ধীক ৰঙা গোলাপ দিলে অভিনেত্ৰী স্বাৰা ভাস্কৰে!

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত চামিল অভিনেত্ৰী স্বাৰা ভাস্কৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 2, 2022
in ৰাজনীতি, মনোৰঞ্জন, ৰাষ্ট্ৰীয়
1 min read
0
ৰাহুল গান্ধীক ৰঙা গোলাপ দিলে অভিনেত্ৰী স্বাৰা ভাস্কৰে!
Share on FacebookShare on Twitter

বলিউডৰ অভিনেত্ৰী স্বাৰা ভাস্কৰে ৰাহুল গান্ধীলৈ ৰঙা গোলাপ আগবঢ়াই যোগদান কৰিলে ভাৰত জোড়ো যাত্ৰাত।

উল্লেখ্য যে, বৰ্তমান মধ্যপ্ৰদেশত থকা ভাৰত জোড়ো যাত্ৰাৰ মাজতে বৃহস্পতিবাৰে স্বাৰা ভাস্কৰে এই যাত্ৰালৈ সমৰ্থন জনাই নিজেও যোগদান কৰিলে। মধ্যপ্ৰদেশৰ উজ্জয়িনীত ভাৰত জোড়ো যাত্ৰাত চামিল হোৱা স্বাৰা ভাস্কৰে এই সম্পৰ্কে নিজৰ মন্তব্যও সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে।

Only passing @RahulGandhi a bouquet a young man in the surging crowd brought & was desperately trying to get across to RG.. 🙂
You gotta be here to feel the energy and the love. Seriously, join @bharatjodo yatra people. Resist hate. Stand up for our country! 🇮🇳❣️✨ pic.twitter.com/0HJYwdUpKM

— Swara Bhasker (@ReallySwara) December 1, 2022

অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰাম হেণ্ডেলৰ জৰিয়তে ঘৃণাৰ বিৰুদ্ধে আৰু দেশৰ সৈতে থিয় দিবলৈও আহ্বান জনাইছে সকলোকে। নিজৰ স্পষ্টবাদী চৰিত্ৰৰ বাবেই প্ৰায়ে চৰ্চাৰ শীৰ্ষত থকা স্বাৰা ভাস্কৰৰ ভাৰত জোড়ো যাত্ৰাত চামিল হোৱা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে। বহুতেই তেওঁক এই পদক্ষেপক সমৰ্থন জনোৱাৰ লগতে আন বহুতেই তেওঁক ট্ৰল কৰা পৰিলক্ষিত হৈছে। 

Previous Post

গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত কন্ঠশিল্পী জুবিন

Next Post

অসমৰ জনতা সাৰ পালে ৰাৱণৰ দৰে দশা হ’ব হিমন্ত বিশ্ব শৰ্মাৰ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
অসমৰ জনতা সাৰ পালে ৰাৱণৰ দৰে দশা হ’ব হিমন্ত বিশ্ব শৰ্মাৰ!

অসমৰ জনতা সাৰ পালে ৰাৱণৰ দৰে দশা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ!

SSBৰ উদ্যোগত গুৱাহাটীত সামৰিক – অৰ্দ্ধ সামৰিক, চোৰাংচোৱা বাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠক

SSBৰ উদ্যোগত গুৱাহাটীত সামৰিক - অৰ্দ্ধ সামৰিক, চোৰাংচোৱা বাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠক

পাইপ বহুওৱাৰ নামত বিভিন্ন চৰকাৰী – বেচৰকাৰী সংস্থাই ধ্বংস কৰিছে গুৱাহাটীৰ কেইবাটাও ৰাজপথ!

পাইপ বহুওৱাৰ নামত বিভিন্ন চৰকাৰী - বেচৰকাৰী সংস্থাই ধ্বংস কৰিছে গুৱাহাটীৰ কেইবাটাও ৰাজপথ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8