• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

হিমন্ত বিশ্ব শৰ্মাৰ লগত ক্ৰমাৎ ঘনিষ্ঠ হৈ পৰিছে অখিল গগৈ!

নিউজ ডেস্ক by নিউজ ডেস্ক
May 2, 2022
in ৰাজনীতি, অসম
1 min read
0
হিমন্ত বিশ্ব শৰ্মাৰ লগত ক্ৰমাৎ ঘনিষ্ঠ হৈ পৰিছে অখিল গগৈ!
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ক্ৰমান্বয়ে ঘনিষ্ঠ হৈছে শিৱসাগৰৰ বিধায়য়ক অখিল গগৈ! অখিল গগৈক বিজেপিৰ লগত সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে ৰাইজৰ দল ত্যাগ কৰিছে দলটোৰ কেইবাজনো নেতাই। কেৱল সেইয়াই নহয় ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা পৌৰ নিৰ্বাচনত বিজেপিৰ পৰা ধন লোৱাৰো অভিযোগ উত্থাপন হৈছিল অখিল গগৈৰ বিৰুদ্ধে। পৌৰ নিৰ্বাচন আৰু ইয়াৰ পিছত অনুষ্ঠিত হোৱা ৰাজ্যসভাৰ নিৰ্বাচনত অখিল গগৈৰ বিৰুদ্ধে বিজেপিৰ পৰা ধন লোৱাৰ অভিযোগ মুকলিকৈয়ে উত্থাপিত হৈছিল। বিজেপি বিধায়ক মানৱ ডেকাৰ গুৱাহাটীৰ বাসগৃহৰ পৰা অখিল গগৈয়ে ধন লোৱাৰ অভিযোগ তুলিছিল এ আই ইউ ডি এফৰ কৰিমুদ্দিন বৰভূঞাই।

মুখ্যমন্ত্ৰী ড০ শৰ্মাক অখিল গগৈয়ে সাক্ষাৎ কৰাৰ ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অৱশ্যে অখিল গগৈ আৰু তেওঁৰ সতীৰ্থই মুখ্যমন্ত্ৰীগৰাকীৰ শিৱসাগৰৰ উন্নয়নৰ বিষয় সন্দৰ্ভত সাক্ষাৎ কৰা বুলি উল্লেখ কৰিছে। উল্লেখ্যে যে শিৱসাগৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে অখিল গগৈয়ে শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ কথা কৈ আহিছে। এই সন্দৰ্ভত তেওঁ অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী বিমল বৰাৰ পৰা অসম বিধানসভাত ১০০ কোটি টকাৰ পেকেজৰ প্ৰতিশ্ৰুতিও লাভ কৰিছে।

Previous Post

মহানগৰীৰ বশিষ্ঠত চুৰিকাণ্ড

Next Post

এনকাউন্টাৰত মৃত্যু বৰাকৰ কয়লা মাফিয়া আহাদ চৌধুৰীৰ

Related Posts

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!
সংবাদ

অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!

June 7, 2023
বিশ্ব পৰিৱেশ দিৱসত ইয়ং ইণ্ডিয়ান (Yi) গুৱাহাটী অধ্যায় আৰু ছেবাৰ সহযোগত ইয়ং এচিভাৰ কুইজৰ আয়োজন
সংবাদ

বিশ্ব পৰিৱেশ দিৱসত ইয়ং ইণ্ডিয়ান (Yi) গুৱাহাটী অধ্যায় আৰু ছেবাৰ সহযোগত ইয়ং এচিভাৰ কুইজৰ আয়োজন

June 7, 2023
HDFC বেংকে উদযাপন কৰিলে বিশ্ব পৰিবেশ দিৱস
সংবাদ

HDFC বেংকে উদযাপন কৰিলে বিশ্ব পৰিবেশ দিৱস

June 7, 2023
Next Post
এনকাউন্টাৰত মৃত্যু বৰাকৰ কয়লা মাফিয়া আহাদ চৌধুৰীৰ

এনকাউন্টাৰত মৃত্যু বৰাকৰ কয়লা মাফিয়া আহাদ চৌধুৰীৰ

আৰক্ষীৰ গুলীত মৃত্যু হোৱা সূৰয গগৈৰ পত্নীলৈ মুখ্যমন্ত্ৰীৰ ৫ লাখ টকাৰ চেক

আৰক্ষীৰ গুলীত মৃত্যু হোৱা সূৰয গগৈৰ পত্নীলৈ মুখ্যমন্ত্ৰীৰ ৫ লাখ টকাৰ চেক

ৰাইজ এৰি সাধাৰণ মানুহ হ’ল বহু নেতা-কৰ্মী!

ৰাইজ এৰি সাধাৰণ মানুহ হ'ল বহু নেতা-কৰ্মী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8