আজি পুৱা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ১ আৰু ২ নং ৱাৰ্ডৰ ভোটগ্ৰহণ কেন্দ্ৰত পৰিদৰ্শনৰ বাবে যাওঁতে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে, ৰাজ্যৰ লগতে শিৱসাগৰ পৌৰ সভাৰ ১৪ টা ৱাৰ্ডৰ নিৰ্বাচন আজি অনুষ্ঠিত হৈ আছে। ৱাৰ্ডৰ ৩৮ টা ভোটগ্ৰহণ কেন্দ্ৰত ইতিমধ্যে ৰাইজে সাৱস্ত্য কৰিছে নিজ নিজ ভোটাধিকাৰ।
আজি পুৱা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ১ আৰু ২ নং ৱাৰ্ডৰ ভোটগ্ৰহণ কেন্দ্ৰত পৰিদৰ্শনৰ বাবে যাওঁতে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। ৰাইজে অভিযোগ উত্থাপন কৰিছে যে, বিধি-নিষিদ্ধ ভাৱে বিধায়কগৰাকীয়ে ৰাইজৰ মাজত দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ অব্যাহত ৰাখিছে।