• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চৰকাৰৰ ১ লাখ চাকৰি হ’ব অস্থায়ী! অখিল গগৈয় দিলে ভৱিষ্যৎবাণী ! 

নিউজ ডেস্ক by নিউজ ডেস্ক
March 25, 2022
in ৰাজনীতি, News, অসম, সংবাদ
1 min read
0
চৰকাৰৰ ১ লাখ চাকৰি হ’ব অস্থায়ী! অখিল গগৈয় দিলে ভৱিষ্যৎবাণী ! 
Share on FacebookShare on Twitter

চৰকাৰে দিব বিচৰা ১ লাখ চাকৰিৰ বেছিভাগেই হ’ব ঠিকাভিত্তিক আৰু অস্থায়ী। এই মন্তব্য কৰিলে অখিল গগৈয়ে। তেওঁ কয়,

‘মই আজিয়েই এটা ভৱিষ্যৎবাণী কৰি থব বিচাৰিছো । এই যে চৰকাৰে এক লাখ নতুন নিযুক্তি দিয়াৰ কথা কৈ আছে । ইয়াৰে বেছিভাগেই হ’ব ঠিকাভিত্তিক আৰু অস্থায়ী । যদিহে সঁচাকৈ নিযুক্তি হয় । কেইবছৰমানৰ পিছত টেট শিক্ষকসকলৰ দৰে এই নতুনকৈ নিযুক্তি পোৱা সকলেও চাকৰি নিয়মীয়াকৰণৰ দাবীত আন্দোলন কৰিব লাগিব’’ ।

শুকুৰবাৰে বিধায়কগৰাকীয়ে আৰু কয় যে, তেওঁ ২০১২ চনতে অনুৰূপ এক ভৱিষ্যৎবাণী কৰিছিল যি এতিয়া সত্য প্ৰমাণিত হৈছে । ‘‘২০১২ চনতে মই কৈছিলো যে, টেট শিক্ষকসকলৰ চাকৰি কেতিয়াও নিয়মীয়া নহয় । তেতিয়াই মই কৈছিলো যে আজি যিসকলে হিমন্ত বিশ্ব শৰ্মাক ভগবান বুলি কৈছে এদিন সেই সকলেই তেওঁক ছয়তান বুলি ক’ব’’ । এয়া অখিল গগৈৰ মন্তব্য ।

অনুৰূপভাৱে ৰাজ্যসভাৰ আসন্ন নিৰ্বাচন প্ৰসংগত মন্তব্য কৰি অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ব্লেকমেইলাৰ বুলিও অভিহিত কৰে । বিধানসভাৰ মজিয়াত তেওঁ টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু অংগনৱাড়ী কৰ্মী আৰু ৰান্ধনীসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আন্দোলন আৰম্ভ কৰিব বুলিও ঘোষণা কৰে ।

Previous Post

চৰকাৰী কাম-কাজত হিন্দী-ইংৰাজী নিষিদ্ধ!

Next Post

মাদ্ৰাছাত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ পাছতহে আৰম্ভ হ’ব পাঠদান!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মাদ্ৰাছাত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ পাছতহে আৰম্ভ হ’ব পাঠদান!

মাদ্ৰাছাত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ পাছতহে আৰম্ভ হ'ব পাঠদান!

news bulletin

নিউজ বুলেটিন

মুনীন্দ্ৰ শইকীয়া NFIRৰ যুটীয়া সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত

মুনীন্দ্ৰ শইকীয়া NFIRৰ যুটীয়া সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8