• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাৰ্বি আংলঙৰ আটাইকেইটা সমষ্টিয়েই বিজেপিৰ দখলত

নিউজ ডেস্ক by নিউজ ডেস্ক
June 13, 2022
in ৰাজনীতি, অসম
1 min read
0
কাৰ্বি আংলঙৰ আটাইকেইটা সমষ্টিয়েই বিজেপিৰ দখলত
Share on FacebookShare on Twitter

ৰবিবাৰে ঘোষণা কৰা হয় কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ ফলাফল। অৱধাৰিতভাৱেই কাৰ্বি আংলঙত পুনৰ বিজেপিয়ে বৃহৎ জয় লাভ কৰে।

কাৰ্বি আংলঙৰ ২৬ টা সমষ্টিতেই বিজেপিয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল আৰু আটাইকেইটা সমষ্টিতেই বিজেপিয়ে জয় লাভ কৰে। উল্লেখ্য যে, কাৰ্বি আংলঙৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেই হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাম্বাজোং সমষ্টিৰ পৰা আহোতেই এই সন্দৰ্ভত কথা বতৰা পাতিছিল আৰু বহুতেই সমৰ্থন কৰিছিল। বৰ্তমানেও তুলিৰাম ৰংহাঙে একেই দায়িত্ব পালন কৰি আছে।

  • দুৱাৰ আমলা সমষ্টিত বিজেপিৰ প্রভাত চন্দ্র টেৰণৰ জয়লাভ ।৯৮৭ টা ভোটত জয়ী বিজেপিৰ প্রভাত চন্দ্র টেৰণৰ।
  • আমৰি সমষ্টিত বিজেপি প্রাৰ্থী ডি. উফিং মাছলাইৰ জয়লাভ।৯১৮ টা ভোটত জয়লাভ বিজেপি প্রাৰ্থী ডি. উফিং মাছলাইৰ।
  • চিনঠং সমষ্টিত বিজেপি প্রাৰ্থী অভিজিৎ ক্র’ৰৰ জয়লাভ।২,০৬৪টা ভোটত জয়লাভ বিজেপি প্রাৰ্থী অভিজিৎ ক্র’ৰ ।
  • ছ’চেং সমষ্টিত বিজেপি প্রাৰ্থী হেডছিং ৰংফাৰৰ জয়লাভ ।১৫৫৬টা ভোটৰ ব্যৱধানত পৰাস্ত ASDC ৰামছিং টেৰাঙক।
  • ৰংখাং সমষ্টিত বিজেপি প্রাৰ্থী লংবিছন বে’ৰ জয়লাভ।কংগ্রেছ প্রাৰ্থীজনতকৈ ২৫৫৫ টা ভোটৰ ব্যৱধানত জয়লাভ।
  • মহামায়া সমষ্টিত বিজেপি প্রাৰ্থী লুনছিং টেৰণৰ জয়লাভ।৪,৪১৫টা ভোটৰ ব্যৱধানত লুনছিং টেৰণৰ জয়লাভ।
  • ন-মাটি সমষ্টিত বিজেপি প্রাৰ্থী ৰিতেশ ইংহিৰ জয়লাভ।৩,৩৬৫ টা ভোটত কংগ্রেছৰ অশোক টেৰণক পৰাজয় ইংহিৰ।
  • ছ’চেং ধেণ্টা সমষ্টিত বিজেপি প্রাৰ্থী কাচে ৰংপিপীৰ জয়লাভ।নিকটতম প্রতিদ্বন্দ্বী নিৰ্দলীয় প্রাৰ্থীক ২০৭৮টা ভোটত পৰাজিত।
  • লুম্বাজঙত বিজেপি প্রাৰ্থী জনি তিমুঙৰ জয়লাভ। বিথুং ৰংথেমা সমষ্টিত বিজেপি প্রাৰ্থী তুলিৰাম ৰংহাঙৰ জয়লাভ।
  • সিংহাসন সমষ্টিত বিজেপি প্রাৰ্থী অমৰছিং টিছুৰ জয়লাভ।
  • বৰজান সমষ্টিত বিজেপি প্রাৰ্থী সূৰ্য ৰংফাৰৰ জয়লাভ। সৰুপথাৰ সমষ্টিত বিজেপিৰ প্রাৰ্থী কাদম টেৰাংপীৰ জয়লাভ।
  • বোকাজান সমষ্টিত বিজেপি প্রাৰ্থী মাধুৰ্য ঢেকিয়ালফুকনৰ জয়লাভ।
  • কপিলী সমষ্টিত বিজেপি প্রাৰ্থী পৱন কুমাৰৰ জয়লাভ ।হামৰেণ সমষ্টিত বিজেপি প্রাৰ্থী মংগলছিং তিমুঙৰ জয়লাভ।
  • হাওৰাঘাট সমষ্টিত বিজেপি প্রাৰ্থী অজিত কুমাৰ দে’ৰ জয়ী ।আমৰেং সমষ্টিত বিজেপি প্রাৰ্থী ৰীণা তেৰাংপীৰ জয়লাভ।
  • দেওপানী সমষ্টিত বিজেপি প্রাৰ্থী শ্রৱণ তেলেংগা জয়লাভ।ফুলনী সমষ্টিত বিজেপি প্রাৰ্থী কাংবুৰা কিলিঙৰ জয়লাভ।
  • লংফাৰ সমষ্টিত বিজেপি প্রাৰ্থী মধুৰাম লেকথেৰ জয়লাভ।লাংহিন সমষ্টিত বিজেপিৰ বিলমোহন খাখলাৰীৰ জয়লাভ।
  • কৰকান্থি সমষ্টিত বিজেপি প্রাৰ্থী ৰাজু তিছ’ৰ জয়লাভ। নিলিপ সমষ্টিত বিজেপি প্রাৰ্থী পবিত্র ৰংপীৰ জয়লাভ ।দুৱাৰ বাগৰি সমষ্টিত বিজেপি প্রাৰ্থী ৰিচাৰ্ড টকবীৰ জয়লাভ।

উল্লেখ্য যে, ৮ জুনত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই সময়ত নিৰ্বাচনত বহু হিংসাত্মক কাৰ্যকালাপ সংঘটিত হোৱা পৰিলক্ষিত হয় যাৰ বাবে এটা সমষ্টিত দ্বিতীয় বাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। আটাইকেইটা সমষ্টিতে বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

নিৰাপত্তাজনিত কাৰণত বাতিল প্ৰধানমন্ত্ৰী ৰোড শ্ব’!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নিৰাপত্তাজনিত কাৰণত বাতিল প্ৰধানমন্ত্ৰী ৰোড শ্ব’!

নিৰাপত্তাজনিত কাৰণত বাতিল প্ৰধানমন্ত্ৰী ৰোড শ্ব’!

কংগ্ৰেছৰ প্ৰতিবাদঃ আটক ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়া

কংগ্ৰেছৰ প্ৰতিবাদঃ আটক ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়া

গুৱাহাটীকে ধৰি দেশৰ ৪০ স্থানত CBIৰ অভিযান

গুৱাহাটীত CBI ৰ অভিযানত এজন আটক, বাসভৱনত তালাচী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8