• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম পালেহি অমিত শ্বাহঃ কেইবাটাও কাৰ্যসূচীত কৰিব অংশগ্ৰহণ

নিউজ ডেস্ক by নিউজ ডেস্ক
May 9, 2022
in ৰাজনীতি, অসম
1 min read
0
অসম পালেহি অমিত শ্বাহঃ কেইবাটাও কাৰ্যসূচীত কৰিব অংশগ্ৰহণ

Amit Shah. (File Photo: IANS)

Share on FacebookShare on Twitter

নিশা প্ৰায় ১২বজাত অসম পালেহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিমান বন্দৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাসকলে আদৰণি জনায় দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা অমিত শ্বাহক।

Honoured to receive Adarniya HM Shri @AmitShah ji at LGBI Airport, Guwahati.

Adarniya Griha Mantri ji will attend several events over next two days in Assam.

We’ve always been blessed by the generous guidance of Hon HM. Looking forward to his precious margdarshan.@HMOIndia pic.twitter.com/ph8u9Cr4l3

— Himanta Biswa Sarma (@himantabiswa) May 8, 2022

গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কাৰ্যসূচী অনুসৰি, ৯ মে’ত অসমত উপস্থিত হোৱাৰ পিছতে অংশগ্ৰহণ কৰিব বিএছএফৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ৷ সন্ধিয়া উদ্বোধন কৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালখন ৷

আনহাতে, দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে ১০ মে’ত অমিত শ্বাহে ৰাষ্ট্ৰপতিৰ হৈ অসম আৰক্ষীক প্ৰদান কৰিব ‘ৰাষ্ট্ৰপতিৰ কালাৰ’ সন্মান ৷ পৰৱৰ্তী সময়ত দিনৰ ১.৩০ বজাত মন্ত্ৰীগৰাকীয়ে এখন দলীয় সমাৱেশত অংশগ্ৰহণ কৰিব ৷ তদুপৰি বিয়লিৰ ভাগত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত অংশ লৈ গুৱাহাটীত নতুনকৈ নিৰ্মাণ হ’বলগীয়া কামৰূপ(ম) জিলাৰ উপায়ুক্তৰ কাৰ্যালয়, মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, এটা প্ৰেক্ষাগৃহকে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিব পৰা গৈছে৷

Previous Post

ক’ভিড সংক্ৰমণঃ একেখন বিদ্যালয়ৰে ৬৪গৰাকী শিক্ষাৰ্থী পজিটিভ

Next Post

ধনজিৎ, সঞ্জীৱ আৰু পৰেশ বৰুৱাৰ আদালত…

Related Posts

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!
সংবাদ

অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!

June 7, 2023
বিশ্ব পৰিৱেশ দিৱসত ইয়ং ইণ্ডিয়ান (Yi) গুৱাহাটী অধ্যায় আৰু ছেবাৰ সহযোগত ইয়ং এচিভাৰ কুইজৰ আয়োজন
সংবাদ

বিশ্ব পৰিৱেশ দিৱসত ইয়ং ইণ্ডিয়ান (Yi) গুৱাহাটী অধ্যায় আৰু ছেবাৰ সহযোগত ইয়ং এচিভাৰ কুইজৰ আয়োজন

June 7, 2023
Next Post
অকলশৰীয়া মাতৃক এৰি ULFA লৈ ডিব্ৰুগড়ৰ বিজু

ধনজিৎ, সঞ্জীৱ আৰু পৰেশ বৰুৱাৰ আদালত...

মাতৃ দিৱসৰ দিনাই ঘৰলৈ আহিল প্ৰিয়ংকা-নিকৰ সন্তান মালতী

মাতৃ দিৱসৰ দিনাই ঘৰলৈ আহিল প্ৰিয়ংকা-নিকৰ সন্তান মালতী

মালাইকা আৰোৰাৰ সুস্বাস্থ্যৰ মূল চাবিকাঠি

মালাইকা আৰোৰাৰ সুস্বাস্থ্যৰ মূল চাবিকাঠি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8