• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নিৰ্বাচনত ”গৰু হাৰা” দিলেও থমকি ৰোৱা নাই আঙুৰলতা ডেকা!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 29, 2022
in ৰাজনীতি, অসম
1 min read
0
নিৰ্বাচনত ”গৰু হাৰা” দিলেও থমকি ৰোৱা নাই আঙুৰলতা ডেকা!
Share on FacebookShare on Twitter

বিজেপিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা আৰু প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে আজি মঙলদৈৰ বানাক্ৰান্ত লোকসকলৰ কাষত উপস্থিত হয়। বন্যাৰ্তৰ সৈতে মত বিনিময় কৰাৰ লগতে ভালুকখোৱাপাৰাত মহিলা আৰু শিশুৰ মাজত বিতৰণ কৰে বস্ত্ৰ। বানে গৰকা বৃহত্তৰ ৰঙামাটি, ভালুকখোৱাপাৰাত বহু সংখ্যক মহিলাক কাপোৰ বিতৰণ কৰি সদৌ অসম মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই কয়- ”গুৰুজ্যোতি দাস আৰু মই যোৱা নিৰ্বাচনত গৰু হাৰা দিছোঁ, তথাপিতো ৰোৱা নাই, যিমান পাৰি হাঁহি গৈছোঁ কাম কৰি গৈছোঁ।”

উল্লেখ্য যে, বানপানীত ঘৰৰ সকলো বয়বস্তু এৰি এযোৰ কাপোৰেৰে মথাউৰিত আশ্ৰয় ল’বলগীয়া হোৱা মহিলা, শিশুসকলক এযোৰ কাপোৰ দিয়াৰ ব্যৱস্থা কৰে আঙুৰলতা ডেকাই।

Previous Post

গুগল ব্যৱহাৰকাৰীৰ বাবে দুখবৰ; বন্ধ হ’বলৈ গৈ আছে হেংআউট!

Next Post

‘অভ্যাস’ৰ সফল পৰীক্ষণ

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
Next Post
‘অভ্যাস’ৰ সফল পৰীক্ষণ

‘অভ্যাস’ৰ সফল পৰীক্ষণ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পদবী ত্যাগ কৰিলে উদ্ধৱ থাকৰে

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পদবী ত্যাগ কৰিলে উদ্ধৱ থাকৰে

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8