• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সৈনিক ভৱনত সশস্ত্ৰ বাহিনী ভেটাৰ্ন দিৱস উদযাপন

নিউজ ডেস্ক by নিউজ ডেস্ক
January 16, 2023
in ৰাজনীতি, অসম, সংবাদ
1 min read
0
সৈনিক ভৱনত সশস্ত্ৰ বাহিনী ভেটাৰ্ন দিৱস উদযাপন
Share on FacebookShare on Twitter

দেশৰ আন ৰাজ্যৰ লগতে অসমতো স্বাধীন ভাৰতৰ সেনা বাহিনীৰ প্ৰথমজন সৰ্বাধিনায়ক, ফিল্ড মাৰ্শ্বেল কে এম কাৰিয়াপ্পাৰ ১৯৫৩ চনৰ ১৪ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰা দিনটোৰ লগত সংগতি ৰাখি গুৱাহাটীৰ লাচিতনগৰস্থিত সৈনিক ভৱনৰ সভাগৃহত ১৪ জানুৱাৰীত সশস্ত্ৰ বাহিনী ভেটাৰ্ন দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ৰাজ্যিক সৈনিক কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক, বিগ্ৰেডিয়াৰ (অৱসৰপ্ৰাপ্ত) দীনেশ চন্দ্ৰ মজুমদাৰে সঞ্চালনা কৰা সভাখনত দুগৰাকী অৱসৰপ্ৰাপ্ত সৈনিকৰ সহধৰ্মিনী, বীৰ নাৰীক সম্বৰ্ধনা জনোৱা হয়।

সভাত ভাৰতীয় সেনাৰ প্ৰাক্তন লেফটেনেণ্ট জেনেৰেল প্ৰণৱ কুমাৰ ভৰালী, ৰাজ্যৰ প্ৰাক্তন সৈনিক কল্যাণ সঞ্চালক আৰু অখিল ভাৰতীয় ভূতপূর্ব সৈনিক সেৱা পৰিষদৰ,উত্তৰ পূৱৰ আহ্বায়ক, কমডৰ (অৱসৰপ্ৰাপ্ত) কমলেশ চন্দ্ৰ চৌধুৰী, কামৰূপ জিলা সৈনিক কল্যাণ বিষয়া, গ্ৰুপ কেপ্তেইন (অৱসৰপ্ৰাপ্ত) কনক কলিতা, গ্ৰুপ কেপ্তেইন (অৱসৰপ্ৰাপ্ত) দেবানন্দ গোহাঁই, অৱসৰপ্ৰাপ্ত কৰ্ণেলদ্বয় পংকজ ৰাজখোৱা আৰু দীপক চক্ৰৱৰ্তীকে ধৰি ভাৰতীয় সেনা, নৌ সেনা আৰু বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে। সভাত উপস্থিত কেবাজনেও ফিল্ড মাৰ্শ্বেল কে এম কাৰিয়াপ্পাৰ দেশপ্ৰেম, সাঁহস আৰু ভাৰতীয় সেনা বাহিনীক পুনৰ গঠনৰ বাবে কৰা ত্যাগৰ ওপৰত আলোকপাত কৰে।

Previous Post

কণ্ঠশিল্পী জিতুমণি দাসক “চিৰ সেউজীয়া বঁটা” প্ৰদান

Next Post

কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত ‘চাঁদত কৰা কৃষি’ শীর্ষক দুদিনীয়া প্রশিক্ষণ

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত ‘চাঁদত কৰা কৃষি’ শীর্ষক দুদিনীয়া প্রশিক্ষণ

কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত 'চাঁদত কৰা কৃষি' শীর্ষক দুদিনীয়া প্রশিক্ষণ

পবিতৰাত উচ্চপদস্থ বন বিষয়াৰ উদ্ভণ্ডালি!

পবিতৰাত উচ্চপদস্থ বন বিষয়াৰ উদ্ভণ্ডালি!

শিল্পী ৰাজেন গোহাঁই আৰু পখিলা লেকথেপীকলৈ শিল্পী বঁটা; ৫০ গৰাকীলৈ শিল্পী পেঞ্চন

শিল্পী ৰাজেন গোহাঁই আৰু পখিলা লেকথেপীকলৈ শিল্পী বঁটা; ৫০ গৰাকীলৈ শিল্পী পেঞ্চন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8