• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম চৰকাৰে সলনি কৰিলে ৰূপকোঁৱৰৰ জন্মৰ তাৰিখ!

নিউজ ডেস্ক by নিউজ ডেস্ক
January 18, 2023
in ৰাজনীতি, অসম
1 min read
0
অসম চৰকাৰে সলনি কৰিলে ৰূপকোঁৱৰৰ জন্মৰ তাৰিখ!
Share on FacebookShare on Twitter
অসম চৰকাৰে সলনি কৰিলে জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্মৰ তাৰিখ। শিল্পী দিৱসত চৰকাৰী বিজ্ঞাপনত কৰা হৈছে ভয়ংকৰ ভুল। ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসত উদযাপন কৰা হয় শিল্পী দিৱস। অসম চৰকাৰে শিল্পী দিৱসৰ উপলক্ষে প্ৰকাশ কৰা এটা বিজ্ঞাপনত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসৰ সলনি জন্ম দিন বুলি উল্লেখ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
বিজ্ঞাপনটোত এনে ভুলে জনসংযোগ বিভাগত হাঁহাকাৰ লগাইছে। মুখ্যমন্ত্ৰী আৰু জনসংযোগ বিভাগৰ দ্বায়িত্বত থকা মন্ত্ৰীৰ নিৰ্দেশত এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে বিভাগটোৰ শীৰ্ষ বিষয়াই পদক্ষেপ লৈছে।
উল্লেখযোগ্য যে, এই বিজ্ঞাপন প্ৰস্তুত কৰাৰ দ্বায়িত্বত থকা কলিতা নামৰ এগৰাকী বিষয়া আৰু আন এগৰাকী জনসংযোগৰ কৰ্মচাৰীক ইতিমধ্যেই কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছে বুলি জানিব পৰা গৈছে।
Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

ঘোষণা কৰা হ’ল ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ দিন

Related Posts

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
পশ্চিম গুৱাহাটীৰ দুৰ্গম পাহাৰীয়া অঞ্চলত পোষণ সজাগতা কার্যসূচী
সংবাদ

পশ্চিম গুৱাহাটীৰ দুৰ্গম পাহাৰীয়া অঞ্চলত পোষণ সজাগতা কার্যসূচী

October 2, 2023
Next Post
ঘোষণা কৰা হ’ল ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ দিন

ঘোষণা কৰা হ’ল ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ দিন

অৰ্ণমাই বৰাৰ গোচৰৰ ৰায়ক লৈ অসন্তুষ্টি প্ৰকাশ প্ৰাক্তন IPS বিষয়া ভায়’লেট বৰুৱাৰ!

অৰ্ণমাই বৰাৰ গোচৰৰ ৰায়ক লৈ অসন্তুষ্টি প্ৰকাশ প্ৰাক্তন IPS বিষয়া ভায়’লেট বৰুৱাৰ!

CBC য়ে আয়োজন কৰা ফটো প্ৰদৰ্শনী উদ্বোধন ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীৰ

CBC য়ে আয়োজন কৰা ফটো প্ৰদৰ্শনী উদ্বোধন ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8