• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিজ্ঞাপনৰ নামত ২০২১-২২ বৰ্ষত অসম চৰকাৰৰ খৰচ ৬৮ কোটি টকা!

নিউজ ডেস্ক by নিউজ ডেস্ক
July 10, 2022
in ৰাজনীতি, অসম
1 min read
0
বিজ্ঞাপনৰ নামত ২০২১-২২ বৰ্ষত অসম চৰকাৰৰ খৰচ ৬৮ কোটি টকা!
Share on FacebookShare on Twitter

সহায় অসম নামৰ এটা বেচৰকাৰী সংস্থাই RTI যোগেৰে অসম চৰকাৰৰ হেলিকপ্টাৰৰ নামত কৰা খৰচৰ তথ্য ফাদিল কৰিছিল। সহায় অসমৰ কৰ্মী জগদীশ মহন্তই এইবাৰ আবেদন কৰা অন্য এখন RTIত প্ৰকাশ পাইছে ৰাজ্য চৰকাৰে বিজ্ঞাপনৰ নামত কৰা খৰচৰ হিচাব।

অসম চৰকাৰে বিগত ২০২১-২২ বৰ্ষত বিজ্ঞাপনৰ নামত ৫৯,৯৯,৯১,৫০০ টকা খৰচ কৰিছে। ইয়াৰোপৰি হৰ্ডিং লগোৱাৰ নামত ৭,৭৫,৯৬,০৬৮ টকা খৰচ কৰিছে। ৰাজ্যৰ ৰাজভৰাল উদং হৈ থকাৰ সময়ত, ৰাজ্য চলাব নোৱাৰি হাজাৰ হাজাৰ কোটি টকা ধাৰ লব লগা পৰিস্থিতিত কেৱল বিজ্ঞাপনৰ নামত এনেদৰে বৃহৎ পৰিমাণৰ চৰকাৰী ধন খৰছ কৰাত সকলোৰে চকু কপালত উঠিছে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

মহিলা কর্মী সকলেই অগপ দলৰ মূল চালিকা শক্তিঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতা

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
Next Post
মহিলা কর্মী সকলেই অগপ দলৰ মূল চালিকা শক্তিঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতা

মহিলা কর্মী সকলেই অগপ দলৰ মূল চালিকা শক্তিঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু হিচাপে মধুশ্ৰী দাসক নিৰ্বাচন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু হিচাপে মধুশ্ৰী দাসক নিৰ্বাচন

পামহী পথাৰৰ আবদ্ধ পানীৰ বাবে খেতি কৰিব পৰা নাই খেতিয়কে!

পামহী পথাৰৰ আবদ্ধ পানীৰ বাবে খেতি কৰিব পৰা নাই খেতিয়কে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8