• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সুখবৰঃ ২৬ হাজাৰৰো অধিক পদৰ বাবে অসম চৰকাৰৰ বিজ্ঞাপন প্ৰকাশ

নিউজ ডেস্ক by নিউজ ডেস্ক
March 26, 2022
in ৰাজনীতি, অসম
1 min read
0
সুখবৰঃ ২৬ হাজাৰৰো অধিক পদৰ বাবে অসম চৰকাৰৰ বিজ্ঞাপন প্ৰকাশ
Share on FacebookShare on Twitter

ৰাজ্যৰ নিবনুৱাৰ বাবে সু খবৰ কঢ়িয়াই অসম চৰকাৰে জাৰি কৰিছে বৃহৎ নিযুক্তিৰ বিজ্ঞাপন। ১ লাখ নিবনুৱাক নিযুক্তিৰ প্ৰসংগক লৈ বিতৰ্ক চলি থকাৰ মাজতে অসম চৰকাৰে আজি প্ৰকাশ কৰা এই বিজ্ঞাপনে চাকৰি বিচৰা নিবনুৱাসকলক উপকৃত কৰিব।

Assam State Recruitment Commission য়ে শনিবাৰে দুখন চাকৰি সম্পৰ্কীয় জাননী জাৰি কৰিছে। এই জাননীৰ জৰিয়তে মুঠ ২৬,৪৪১ টা পদ পূৰণৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। এই ২৬ হাজৰৰো অধিক পদৰ ভিতৰত তৃতীয় বৰ্গৰ পদৰ সংখ্যা ১৩,১৪১ টা আৰু চতুৰ্থ বৰ্গৰ পদৰ সংখ্যা ১৩,৩০০ টা। প্ৰকাশিত বিজ্ঞাপন ,অনুসৰি তৃতীয় বৰ্গৰ পদৰ বাবে প্ৰাৰ্থীসকল উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে তেওঁলোকৰ কম্পিউটাৰ শিক্ষাৰ ডিপ্লমা থাকিব লাগিব। প্ৰাৰ্থীসকলৰ ৬ মহীয়া কম্পিউটাৰ শিক্ষাৰ চাৰ্টিফিকেট থাকিব লাগিব। আনহাতে আন কিছু পদৰ বাবে প্ৰাৰ্থী কেৱল বিজ্ঞান শাখাৰ হ’ব লাগিব।

তৃতীয় বৰ্গৰ খালী পদসমূহৰ ভিতৰত আছে একাউণ্টেণ্ট, কেচিয়াৰ, জুনিয়ৰ এচিচটেণ্ট, এলডিএ আৰু ষ্টেনগ্ৰাফাৰৰ মুঠ পদ আছে ৮,৩৩১ টা। এই পদসমূহৰ বাবে স্নাতক ডিগ্ৰীৰ উপৰিও ৬ মাহৰ কম্পিউটাৰ শিক্ষাৰ চাৰ্টিফিকেট থকাটো প্ৰয়োজনীয়।

আনহাতে ফিল্ড এচিচটেণ্ট, ফিল্ডমেন, পৰমেন, চেকশ্যন এচিচটেণ্ট, চইল কনজাৰভেশ্যন, ফিল্ড ৱৰ্কাৰ, জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰৰ মুঠ পদ আছে ৩,৬৯০টা। এই পদসমূহৰ বাবে প্ৰাৰ্থীৰ যোগ্যতা নিৰ্ধাৰণ কৰা হৈছে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। আনহাতে ইয়াৰে কিছু সংখ্যক পদৰ বাবে প্ৰাৰ্থী বিজ্ঞান শাখাৰ হোৱাটো বাঞ্চনীয়।

চতুৰ্থ বৰ্গৰ বাবে শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণী আৰু মেট্ৰিক উত্তীৰ্ণ নিৰ্ধাৰণ কৰা হৈছে। অষ্টম শ্ৰেণীৰ উত্তীৰ্ণৰ বাবে মুঠ খালী পদ আছে ৯০০০ টা। আনহাতে মেট্ৰিক উত্তীৰ্ণৰ বাবে পদ আছে ৪,৩০০টা। ড্ৰাইভাৰ পদ আছে ১,১২০ টা। ড্ৰাইভাৰ পদৰ বাবে প্ৰাৰ্থীৰ যোগ্যতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ নিৰ্ধাৰণ কৰা হৈছে। তদুপৰি প্ৰাৰ্থীৰ গাড়ী চালনাৰ বাবে বৈধ অনুজ্ঞাপত্ৰ থকাটো বাঞ্চনীয়।

উল্লেখ্যে যে এই পদসমূহৰ অনলাইন আৱেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব ১১ এপ্ৰিল ২০২২ৰ পৰা। আনহাতে আবেদন প্ৰক্ৰিয়াৰ অন্ত পৰিব ৩০ মে’ ২০২২ তাৰিখে। প্ৰতিটো পদৰ বাবে আৱেদন মাচুল নিৰ্ধাৰণ কৰা হৈছে। সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ লগতে OBC, MOBC অন্তৰ্গত প্ৰাৰ্থীসকলে ৩৫০ টকাকৈ মাচুল পৰিশোধ কৰাৰ লগতে ST আৰু SC প্ৰাৰ্থীয়ে ২৫০ টকাকৈ মাচুল পৰিশোধ কৰিব লাগিব।

Previous Post

ৰাজ্যসভাৰ নিৰ্বাচনঃ বিৰোধীৰ সৰ্বদলীয় বৈঠক আহ্বান

Next Post

সৰ্বভাৰতীয় কাৰাটে চেম্পিয়নশ্বিপত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সফলতা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
সৰ্বভাৰতীয় কাৰাটে চেম্পিয়নশ্বিপত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সফলতা

সৰ্বভাৰতীয় কাৰাটে চেম্পিয়নশ্বিপত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সফলতা

ৰাণীত CRPF ৰ উদ্যোগত ভেটাৰ্নছ দিৱস

ৰাণীত CRPF ৰ উদ্যোগত ভেটাৰ্নছ দিৱস

ৰহাত টোলগেটৰ কৰ্মচাৰী আৰু AJYCP ৰ মাজত সংঘাত

ৰহাত টোলগেটৰ কৰ্মচাৰী আৰু AJYCP ৰ মাজত সংঘাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8